ETV Bharat / state

গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ

author img

By

Published : Jul 4, 2020, 5:55 PM IST

পানীত ডুব যোৱাৰ ফলত শিৱসাগৰৰ বানমুখ চেতিয়া গাঁৱৰ এগৰাকী যুৱকে মৃত্যুক সাৱটি লয় । জানিব পৰা মতে, যুৱকজনে গা ধুৱলৈ ওচৰৰে এটা পুখুৰিলৈ গৈছিল । বাঢ়নী পানীয়ে বুৰাই ৰখা পুখুৰীটোৰ পানীৰ উমান নাপাই ডুব যায়, মুকুল চেতিয়া নামৰ 20 বছৰীয়া যুৱকজন ।

a youth from sivsagar died due to drawn in water

শিৱসাগৰ, 4 জুলাইঃ শনিবাৰে শিৱসাগৰৰ বানমুখ চেতিয়া গাঁৱত পানীত ডুব যোৱাৰ ফলত, মৃত্যুক সাৱটি লয় এগৰাকী যুৱকে । মৃত যুৱকগৰাকী আছিল গাঁওখনৰে সোণেশ্বৰ চেতিয়াৰ পুত্ৰ মুকুল চেতিয়া (20) । স্নাতক চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ আছিল মুকুল চেতিয়া ।

শিৱসাগৰত পানীত ডুবি মৃত্যু যুৱকৰ

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, পুৱা ওচৰৰে পুখৰী এটাত গা ধুৱলৈ গৈছিল মুকুল চেতিয়া নামৰ যুৱকজন । বাঢ়নী পানীয়ে বুৰাই ৰখা পুখুৰীটোত, পানীৰ গভীৰতাৰ উমান নাপাই যুৱকজন ডুব যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । যুৱকজনক শিৱসাগৰৰ প্ৰগতি চিকিৎসালয়লৈ নিয়া হৈছিল যদিও, চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

লগতে পঢ়কঃ ধিঙত বিদ্যুৎস্পৃষ্ট হৈ শিশুৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.