ETV Bharat / state

নামতিত ঐক্যবদ্ধ সংগ্ৰামী মঞ্চৰ ধোদৰ আলি অৱৰোধ - ঐক্যবদ্ধ সংগ্ৰামী মঞ্চ

নামতিৰ পৰা নাজিৰা সংযোগী ধোদৰ আলি বিধ্বস্ত হৈ পৰাৰ পিছতো গড়কাপ্তানি বিভাগে মেৰামতি নকৰাৰ ফলত অৱৰোধ ধোদৰ আলি

নামতিত ঐক্যবদ্ধ সংগ্ৰামী মঞ্চৰ ধোদৰ আলি অৱৰোধ
author img

By

Published : Jun 19, 2019, 3:41 PM IST

  • নামতিত ঐক্যবদ্ধ সংগ্ৰামী মঞ্চৰ উদ্যোগত ঐতিহাসিক ধোদৰ আলি অৱৰোধ
  • নামতিৰ পৰা নাজিৰা সংযোগী ধোদৰ আলি বিধ্বস্ত হৈ পৰাৰ পিছতো গড়কাপ্তানি বিভাগে মেৰামতি নকৰাৰ ফলত অৱৰোধ ধোদৰ আলি
  • দুঘণ্টা ধৰি ধোদৰ আলি অৱৰোধৰ ফলত আৱদ্ধ হৈ পৰে শ শ যান বাহন
  • বিৰোধী দলপতি দেৱব্ৰত শইকীয়া , আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা ,সাংসদ তপন কুমাৰ গগৈৰ এলেকাভুক্ত পথটো মৰণফাণ্ডত পৰিণত হোৱাৰ অভিযোগ
    নামতিত ঐক্যবদ্ধ সংগ্ৰামী মঞ্চৰ ধোদৰ আলি অৱৰোধ
  • পথটোক লৈ গড়কাপ্টানী বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ
  • শীঘ্ৰে পথছোৱা মেৰামতি কৰিবলৈ স্থানীয় ৰাইজৰ দাবী

Intro:Body: Road blocked, protest people

আমগুৰি ১৯ জুন:
নামতিত ঐতিহাসিক ধোদৰ আলি অৱৰোধ

ঐক্যবদ্ধ সংগ্ৰামী মঞ্চৰ উদ্যোগত অৱৰোধ

নামতিৰ পৰা নাজিৰা সংযোগী ঐতিহাসিক ধোদৰ আলি বিধ্বস্ত হৈ উঠাৰ পিছতো গড়কাপ্টানী বিভাগে মেৰামতি নকৰাত অৱৰোধ কৰে ধোদৰ আলিটো

দুঘণ্টা ধৰি অৱৰোধৰ ফলত শ শ যান বাহন আৱদ্ধ হৈ পৰে

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া , আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু সাংসদ তপন কুমাৰ গগৈৰ এলেকাভুক্ত পথটো এতিয়া মৰণফাণ্ডত পৰিণত হৈছে।

পথ নহয় যেন বৃহৎ বৃহৎ দ গাঁতৰ সৃষ্টি হৈ পথচাৰীৰ বাবে নৰকসদৃশ হৈ উঠাৰ লগতে দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

গুৰুত্ব নাই গড়কাপ্টানী বিভাগৰ। উন্নয়নৰ প্ৰতিশ্ৰুতি বোৱা বিজেপি চৰকাৰৰ শাসনকালত বিধ্বস্ত পথক লৈ সৰৱ হৈ উঠিছে জনসাধাৰণ ।

শীঘ্ৰে পথছোৱা মেৰামতি কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.