ETV Bharat / state

শিৱসাগৰ জিলাত উদযাপন 74 তম স্বাধীনতা দিৱস

শিৱসাগৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে লগতে নাজিৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে ৷

author img

By

Published : Aug 15, 2020, 11:51 AM IST

74th Independence day celebration At Sivsagar and Nazira
শিৱসাগৰ আৰু নাজিৰাত উদযাপন 74তম স্বাধীনতা দিৱস

শিৱসাগৰ,15 আগষ্টঃ সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো উদযাপন ৭৪ তম সংখ্যক স্বাধীনতা দিৱস ৷ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ পৰিবহন, উদ্যোগ-বাণিজ্য আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ৷ আনহাতে, কোভিড 19ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে এইবেলি জিলাখনত পূৰ্বৰ দৰে পেৰেডত অংশগ্ৰহণ কৰা নাই NCC, স্কাউড-গাইড, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷

শিৱসাগৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

একেদৰে নাজিৰাতো মহকুমা প্ৰশাসনৰ উদ্যোগত ঐতিহাসিক বৰবৰুৱা পুখুৰীৰ পাৰত উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷ এই অনুষ্ঠানত উপস্থিত থাকি পতাকা উত্তোলন কৰে নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে ৷

নাজিৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে উপায়ুক্ত সম্প্ৰীতি গোস্বামীয়ে

লগতে পঢ়ক-বৰপেটাত জিলাৰ বিভিন্ন ঠাইত অনুষ্টুপীয়াকৈ উদযাপন স্বাধীনতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.