ETV Bharat / state

তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ জিলা শংকৰ সংঘ ৬৭ সংখ্যক অধিৱেশন - sivsagar district

দেওবাৰৰ পৰা অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰ সংঘ, শিৱসাগৰ জিলা শাখাৰ ৬৭ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ সৰুমইনা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অধিৱেশন ।

67th conference of sankar sangha held in sivsagar
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শিৱসাগৰ জিলা শঙ্কৰ সঙ্ঘৰ ৬৭ সংখ্যক অধিৱেশন
author img

By

Published : Jan 21, 2020, 10:57 AM IST

আমগুৰি ২১ জানুৱাৰী : দেওবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ,শিৱসাগৰ জিলা শাখাৰ 67 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় ৷ শিৱসাগৰ জিলাৰ সৰুমইনা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অধিৱেশন । শলগুৰি আঞ্চলিক শাখাৰ আতিথ্যত খঁৰাগড় ধাদুমীয়া চাপৰিৰ কেন্দ্ৰীয় নামঘৰত হৰি নামৰ ধ্বনিৰে ভকত বৈষ্ণৱে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল। বৰ্ণাঢ্য বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰ জিলাৰ শংকৰ সংঘৰ সকলো আঞ্চলিক সমিতিয়ে অংশগ্ৰহণ কৰে অধিৱেশনত ৷ এই জিলা অধিৱেশনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল পদাধিকাৰেও অংশগ্ৰহণ কৰে।

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শিৱসাগৰ জিলা শঙ্কৰ সঙ্ঘৰ ৬৭ সংখ্যক অধিৱেশন

আৰু পঢ়ক : ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা

Intro:Body:আমগুৰি ২১ জানুৱাৰী:

শিৱসাগৰ জিলা শঙ্কৰ সঙ্ঘৰ ৬৭ সংখ্যক অধিবেশন
………………………………………

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, শিৱসাগৰ জিলা শাখাৰ ৬৭ সংখ্যক বাৰ্ষিক অধিবেশন শলগুৰি আঞ্চলিক শাখাৰ আতিথ্যত খঁৰাগড় ধাদুমীয়া চাপৰিৰ কেন্দ্ৰীয় নামঘৰত অনুষ্ঠিত হৈছে।

অধিবেশনত বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। হৰি নামৰ ধ্বনিৰে ভকত বৈষ্ণৱে মুখৰিত কৰি তোলে অঞ্চলটো।

অসমীয়াৰ বৰ্ণিল সংস্কৃতিৰ পৰিচয় বহন কৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে শংকৰ সংঘৰ অধিবেশন মুখৰিত কৰি তুলিছে

শিৱসাগৰ জিলাৰ শংকৰ সংঘৰ সকলো আঞ্চলিক সমিতিয়ে অংশগ্ৰহণ কৰা অধিবেশনত ভাওনা প্ৰদৰ্শনেৰে অধিক জীপাল কৰি তুলিছে।

শিৱসাগৰ জিলাৰ সৰুমইনা সমন্বয় ক্ষেত্ৰত ভক্তি মাৰ্গত ডুৱ গৈছে জিলা বাসী। শিৱসাগৰ জিলাৰ ৬৭ সংখ্যক জিলা অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ সংগী আৰু অনুৰাগী আহি ভিৰ কৰিছেহি। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই জিলা অধিৱেশনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল পদাধিকাৰে অংশগ্ৰহণ কৰে।

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.