ETV Bharat / state

নলবাৰীৰ সৰিয়হতলীৰ মন্দিৰত চোৰৰ চাফাই অভিযান - নলবাৰীৰ সৰিয়হতলীৰ মন্দিৰত চোৰৰ চাফাই অভিযান

নলবাৰীৰ সৰিয়হতলীৰ মন্দিৰত চোৰৰ চাফাই অভিযান ৷ চোৰে লুটি নিলে কোটি টকাৰ সোণৰ আ-অলংকাৰ ৷ চোৰক কৰায়ত্ব কৰাৰ দাবী স্থানীয় ৰাইজৰ ৷

নলবাৰীৰ সৰিয়হতলীৰ মন্দিৰত চোৰৰ চাফাই অভিযান

author img

By

Published : Jun 2, 2021, 9:26 AM IST

নলবাৰী,2 জুন: শেহতীয়াকৈ নলবাৰীত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ এইবাৰ চোৰৰ টাৰ্গেট মন্দিৰৰ সম্পত্তি ৷ সোমবাৰে নিশা সৰিয়হতলী গোপালথান দেৱালয়ত সংঘটিত হৈছে এক চুৰিকাণ্ড ৷

আৰক্ষীৰ পহৰাৰ মাজতে নৈশ কাৰ্ফিউৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান ৷ সৰিয়হতলী গোপালথান দেৱালয়ত নিশা চোৰে এফালৰ পৰা লুটিলে মন্দিৰৰ সম্পত্তি ৷ সোণৰ মুৰ্ত্তিকে ধৰি সাতটা মুৰ্তি, সোণৰ বাঁহী, পিতলৰ শংখ, সোণ-ৰূপৰ মুদ্ৰাকে ধৰি বহু পৰিমাণৰ সোণৰ আ-অলংকাৰ লুটি নিলে চোৰে ৷

নলবাৰীৰ সৰিয়হতলীৰ মন্দিৰত চোৰৰ চাফাই অভিযান

ভক্ত সকলে মন্দিৰত দান কৰা এইসমূহ সামগ্ৰী চোৰে লুটি নিয়া ঘটনাক লৈ প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ অতি শীৰ্ঘ্ৰে গঞা ৰাইজে চোৰক কৰায়ত্ব কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক: বলাইপাথাৰত বালি মাফিয়াই চলাইছে অবৈধ খনন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.