ETV Bharat / state

নলবাৰীৰ অসামৰিক চিকিৎসালয়ত বিদ্যুৎস্পৃষ্ট হৈ টেকনিচিয়ানৰ মৃত্যু - Death of electrocution in Nalabari

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত(Mukunda Kakati Civil Hospital in Nalbari) শোকাৱহ ঘটনা ৷ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিলে এজন টেকনিচিয়ানে ৷

নলবাৰীৰ অসামৰিক চিকিৎসালয়ত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

author img

By

Published : Sep 24, 2022, 3:48 PM IST

  • নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত শোকাৱহ ঘটনা(Mukunda Kakati Civil Hospital in Nalbari)
  • বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিলে এজন টেকনিচিয়ানে(Death of electrocution in Nalabari)
  • ডায়েলেচিচ বিভাগৰ যন্ত্ৰপাতি থকা কক্ষত সংঘটিত হয় শোকাৱহ ঘটনাটো
  • মৃত টেকনিচিয়ানজন বিজন দাস বুলি জানিব পৰা গৈছে(Electricity technician dead in Nalabari)
  • চিকিৎসালয়খনত যান্ত্ৰিক সামগ্ৰীৰ মেৰামতিৰ বাবে গুৱাহাটীৰ পৰা আহিছিল বিজন দাস
  • ঘটনাক লৈ চিকিৎসালয় চৌহদত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.