ETV Bharat / state

সাত বছৰে প্ৰাপ্য পেঞ্চনৰ পৰা বঞ্চিত শিক্ষক - পেঞ্চন

নলবাৰীৰ নাহেৰবাৰী 1নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক দুলাল সৰকাৰে 1983 চনৰ পৰা বিদ্যালয় খনত শিক্ষকতা কৰি 2012 চনত আনুষ্ঠানিক ভাৱে অৱসৰ গ্ৰহণ কৰাৰ পাছত বিগত সাত বছৰে প্ৰাপ্য পেঞ্চনৰ বাবে তাঁত বাতি কাটিবলগীয়া হৈছে পেঞ্চন কাৰ্যালয়লৈ ৷

সাত বছৰে প্ৰাপ্য পেঞ্চনৰ পৰা বঞ্চিত শিক্ষক
author img

By

Published : Sep 10, 2019, 5:31 PM IST

নলবাৰী, 10 চেপ্তেম্বৰঃ সাত বছৰে প্ৰাপ্য পেঞ্চনৰ পৰা বঞ্চিত অৱসৰপ্ৰাপ্ত শিক্ষক ৷ নলবাৰীৰ নাহেৰবাৰী 1 নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক দুলাল সৰকাৰে 1983 চনৰ পৰা বিদ্যালয়খনত শিক্ষকতা কৰি 2012 চনত আনুষ্ঠানিক ভাৱে অৱসৰ গ্ৰহণ কৰিছিল ৷ কিন্তু অৱসৰ গ্ৰহণ কৰাৰ সাত বছৰ পাৰ হোৱাৰ পাছতো প্ৰাপ্য পেঞ্চন কেইটাৰ বাবে আজি পৰ্যন্ত তাঁত বাতি কৰিব লগীয়া হৈছে পেঞ্চন কাৰ্যালয়লৈ যাৰ বাবে আৰ্থিক সংকটত ভুগিব লগীয়া হৈছে শিক্ষক গৰাকীৰ পৰিয়াল ৷ এনে প্ৰেক্ষাপটত শিক্ষকতাৰ দৰে মহান বৃত্তিত জীৱনৰ আধাতকৈয়ো বেছি সময় অতিবাহিত কৰা শিক্ষক জনে পেঞ্চনৰ পৰা বঞ্চিত হ'ব লগা হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলৰ মাজত ৷

Intro:৭ বছৰে প্ৰাপ্য পেঞ্চনৰ পৰা বঞ্চিত এজন দুৰ্ভগীয়া শিক্ষক

শিক্ষক দিৱস চৰকাৰে ধাম ধুমৰে পালন কৰে কিন্তু শিক্ষা ৰ পোহৰ বিলোৱা এইসকল শিক্ষকক দিৱলৈ পেঞ্চনৰ বাবে নাই ধন চৰকাৰৰ।Body:#শিক্ষাৰ পোহৰ বিলোৱা শিক্ষকসকল কিয় বাৰে বাৰে চৰকাৰী বঞ্চনাৰ বলি হয়#

৭ টা বছৰে পেঞ্চন অফিছৰ কাৰ্যাললৈ তাঁত বাতি কাঢ়ি ভাগৰি পৰিছে নলবাৰীৰ এজন অাদৰ্শবান শিক্ষক ।নাম দুলাল চৰকাৰ । নিজ হাতে প্ৰতিষ্ঠাকৰা বিদ্যালয়ত ১৯৮৩চনতে শিক্ষাগতা অাৰম্ভ কৰি সেই বিদ্যালয়তে বিনা বেতনে সেৱা অাগবঢ়াইছিল ১০টাকৈ বছৰ ।নাহেৰবাৰী ১নং প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ পোহৰ বিলাই বহু ছাএ-ছাএীক ভাল মানুহ গঢ় দি ২০১২চনত অৱসৰ গ্ৰহন কৰে । অাজি পৰ্যন্ত লাভ নকৰিলে পেঞ্চন ।২০১২চনত অৱসৰ লাভ কৰা শিক্ষক দুলাল চৰকাৰে বিগত ৭ টা বছৰে পেঞ্চন অফিছৰ কাৰ্যাললৈ গৈ গৈ ভাগৰি পৰিছে এইজন দুৰ্ভগীয়া শিক্ষক দুলাল চৰকাৰ । একমাএ পুএই কোম্পানীত কাম কৰি মাহেকত পোৱা কেটামান টকাৰে সমগ্ৰ পৰিয়ালটোৱে চলিব নোৱাৰাত অাৰ্থিক সংকটত পৰিছে ।শিক্ষকতাৰ দৰে পবিএ বৃওিৰ জীৱনৰ অাধাতকৈয়ো বেছি সময় অতিবাহিত কৰি এতিয়া পেঞ্চনৰ পৰা বঞ্চিৰ হব লগা হোৱা ঘটনাই সমগ্ৰ শৈক্ষিক মহলতে প্ৰতিক্ৰিয়াৰ সূষ্টি হৈছে ।

বাইটConclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.