ETV Bharat / state

নলবাৰীত ৩৬ তম সদৌ অসম ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতা

author img

By

Published : Jul 28, 2019, 9:59 PM IST

নলবাৰীত ৩৬ তম সদৌ অসম ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতা । অসম ৰাজ্যিক টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত এই প্ৰতিযোগিতা ।

নলবাৰীত ৩৬ তম সদৌ অসম ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতা

স্পৰ্টছ ডেস্ক, ২৮ জুলাইঃ অসম ৰাজ্যিক টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত নলবাৰীত অনুষ্ঠিত হৈছে ৩৬ তম সদৌ অসম ৰাজ্যিক পুৰুষ মহিলা টাইকোৱাণ্ডো প্ৰতিযোগিতা । চাৰিদিনীয়া কাৰ্যসূচীৰে নলবাৰী হৰিমন্দিৰত আৰম্ভ হৈছে এই টাইকোৱাণ্ডো প্ৰতিযোগিতা ।

নলবাৰী জিলা টাইকোৱাণ্ডো সন্থাৰ সভাপতি গণেশ তামুলীয়ে পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনত প্ৰায় ১৬০০ তকৈ অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে । পাঁচটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই খেলখনত অসমৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছে । অহা ৩০ জুলাইত অন্ত পৰিব এই প্ৰতিযোগিতাৰ ।

Intro:নলবাৰীত আৰম্ভ হৈছে ৩৬ তম সদৌ অসম ৰাজ্যিক পুৰম মহিলা টাইকোৱান্ডো প্ৰতিযোগিতা।

Body:অসম ৰাজ্যিক টাইকোৱান্ডো সন্থাৰ উদ্যোগত নলবাৰী জিলা টাইকোৱান্ডো সন্থাৰ সহযোগত নলবাৰী হৰিমন্দিৰত আৰম্ভ হৈছে চাৰিদিনীয়াকৈ টাইকোৱান্ডো প্ৰতিযোগিতা।খেলখনৰ নলবাৰী জিলা টাইকোৱান্ডো সন্থাৰ সভাপতি গণেশ তামুলীয়ে পতাকা উত্তোলন কৰি খেল আৰম্ভ কৰে।প্ৰায় ১২০০ তকৈ অধিক খেলুৱৈ অংশগ্ৰহণ কৰে প্ৰতিযোগিতা খনিত ।পাচটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই খেলখনত অসমৰ ভিন্ন প্ৰান্তৰ লৰা -ছোৱালী উভয়ে খেলখনত অংশগ্ৰহণ কৰিব।ইফালে ইফালে খেলখন সামৰণি পৰিৱ ৩০ জুলাইত।শেষত প্ৰতিযোগিতা খনৰ বিভিন্ন ধৰণৰ ফাইনেল খেলসমুহ অনুষ্ঠিত হৱ আৰু বটা প্ৰদান কৰিৱ।

বাইট নগেন ডেকা, কাৰ্যকৰী সভাপতি

Conclusion:কৈলাস ডেকা নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.