ETV Bharat / state

নলবাৰীত জ্বলিল ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি

নাগৰিকত্ব (সংশোধনী) আইন, 2019 ৰ বিৰোধিতা কৰাক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিক মৌলবাদী সংগঠন আখ্যা দিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷ ৰঞ্জিত দাসৰ এই মন্তব্যৰ পিচতে দেওবাৰে নলবাৰীত ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰে সংগঠনটোৱে ৷

author img

By

Published : Jan 5, 2020, 11:46 PM IST

নলবাৰীত জ্বলিল ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি
নলবাৰীত জ্বলিল ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি

নলবাৰী, 5 জানুৱাৰীঃ ৰাজ্য উত্তাল কৰি ৰখা নাগৰিকত্ব (সংশোধনী) আইন, 2019 বিৰোধী প্ৰতিবাদক লৈ উত্তাল নলবাৰী জিলা ৷ শেহতীয়াকৈ জিলাখনত দাহ কৰা হয় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি ৷ বিগত কিছুদিন পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে প্ৰতিবাদকাৰীসকলক মৌলবাদী সংগঠনৰ সদস্য বুলি অভিহিত কৰিছিল ৷ ৰঞ্জিত দাসৰ এই মন্তব্যৰ পিচতে দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিয়ে সভাপতি দাসৰ প্ৰতিমূৰ্তি দাহ কৰে ৷ নলবাৰীৰ হৰিমন্দিৰ চকত ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰি ভৱিষ্যতে এনে মন্তব্য প্ৰদানৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় সংগঠনটোৱে ৷ ইয়াৰ উপৰিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈক শীঘ্ৰেই মুকলি কৰি দিবলৈও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গুজৰিত অসম

Intro:ৰঞ্জিত দাসৰ পুত্তালিকা দাস নলবাৰীতBody:এইবাৰ নলবাৰীত জ্বলিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ পুত্তলিকা । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিয়ে দাহ কৰিলে ৰঞ্জিত দাসৰ পুত্তলিকা । কৃষক মুক্তি সংগ্ৰাম সমিতিক ৰঞ্জিত দাসে মৌলবাদী সংগঠন বুলি অভিহিত কৰাৰ বাবেই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । নলবাৰীৰ হৰিমন্দিৰ চকত এইদৰে পুত্তলিকা দাহ কৰি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে । ইপিনে অখিল গগৈক অতি শীঘ্ৰেই বিনাচৰ্তে মুকলি কৰি দিবলৈও দাবী জনায় প্ৰতিবাদ কাৰী সকলে ।
Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.