ETV Bharat / state

বাগদেৱীৰ বন্দনাৰে মুখৰিত নলবাৰীৰ শিক্ষানুষ্ঠান - পুৰোহিতৰ মন্ত্ৰ ধ্বনিৰে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উপলক্ষে মঙলবাৰে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানতে সৃষ্টি হয় উখল-মাখল পৰিৱেশৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীৰ বিদ্যালয়-মহাবিদ্যালয় সমুহতো দেখা গল ব্যাপক উচ্ছাহ ৷

sraswati-puja-2021-celebration-at-nalbari
বাগদেৱীৰ বন্দনাৰে মুখৰিত নলবাৰীৰ শিক্ষানুষ্ঠান
author img

By

Published : Feb 16, 2021, 10:17 PM IST

নলবাৰী,16 ফেব্ৰুৱাৰী: বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উপলক্ষে মঙলবাৰে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানতে সৃষ্টি হয় উখল-মাখল পৰিৱেশৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীৰ বিদ্যালয়-মহাবিদ্যালয় সমূহো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত হৈ পৰে ৷ জিলাখনৰ বিভিন্ন বিদ্যালয়,মহাবিদ্যালয়ত দেখা গল সৰস্বতী পূজাকলৈ ব্যাপক উচাহ উদ্দীপনা ৷ বাকদেৱী সৰস্বতীৰ আশিষ বিচাৰি তেওঁৰ চৰণত ভক্তি ভাবে প্ৰণিপাত জনাই ছাত্র ছাত্ৰী সকলৰ লগতে বিদ্যান সমাজে ৷ বিশেষকৈ পুৰোহিতৰ মন্ত্ৰ ধ্বনিৰে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে শিক্ষানুষ্ঠান সমুহৰ চৌহদত ৷

বাগদেৱীৰ বন্দনাৰে মুখৰিত নলবাৰীৰ শিক্ষানুষ্ঠান

উল্লেখ্য যে,জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠান সমুহৰ ভিতৰত বিশেষকৈ নলবাৰীৰ ঐতিহ্য মন্দিত মহেন্দ্ৰ মোহন চৌধুৰী বালিকা মহাবিদ্যালয়ত দেখা গল শিক্ষাৰ্থীৰ ব্যাপক ভিৰ ৷ পুৱাৰে পৰা মহাবিদ্যালয় খনৰ ন-পুৰণি ছাত্ৰীৰ সমাগমে এক উৎসৱ মুখৰ পৰিৱেশেৰ সৃষ্টি কৰে বালিকা মহাবিদ্যালয় খনৰ চৌহদত ৷

লগতে পঢ়কঃ আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাঃ প্ৰতিখন জিলাৰ পৰা পূজাৰ বতৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.