ETV Bharat / state

মুকালমুৱাত আক্ৰমণৰ বলি সাংবাদিক

পুনৰ ৰাজ্যত আক্ৰমণৰ বলি হ’ল সাংবাদিক ৷ মুকালমুৱাৰ দৈনিক অসম কাকতৰ সাংবাদিক ৰাজেন ডেকাক কোনো দুৰ্বৃত্তই নিশাৰ আন্ধাৰ সুযোগ গ্ৰহণ কৰি উপৰ্যুপৰি আক্ৰমণ কৰে ৷ বৰ্তমান সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন ৰাজেন ডেকা ৷

মুকালমুৱাত আক্ৰমণৰ বলি সাংবাদিক
author img

By

Published : Apr 26, 2019, 8:26 AM IST

নলবাৰী,26 এপ্ৰিলঃ ৰাজ্যত পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা ৷ এইবাৰ ঘটনাৰ স্থান নলবাৰী জিলাৰ মুকালমুৱা ৷ বৃহস্পতিবাৰে নিশা এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি কোনো দুৰ্বৃত্তই উপৰ্যুপৰি আক্ৰমণ চলাই দৈনিক অসমৰ মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকাক ৷ উল্লেখ্য যে, অচেতন অৱস্থাত পেলাই থৈ যোৱা সাংবাদিক গৰাকীক নিশাই মুকালমুৱাৰ পৰা সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ৷ সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি তথা সাংবাদিক ৰাজেন ডেকাৰ এই আক্ৰমণ সন্দৰ্ভত বৰ্তমানলৈকে কোনো দুৰ্বৃত্ত চিনাক্তকৰণ হোৱা নাই ৷

Slug Reporter Attack
26 Apr
Story FTP

OC=পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা। এইবাৰ মুকালমুৱাত সাংবাদিকক বৰ্বৰ আক্ৰমণ। নিশাৰ এন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই আক্ৰমণ কৰি অচেতন কৰি পেলাই সাংবাদিক ৰাজেন ডেকাক। প্ৰাণে মৰাৰ চেষ্টা ডেকাক। সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ডেকা দৈনিক অসমৰ মুকালমুৱাৰ সাংবাদ দাতা। নিশাই মুকালমুৱা চিকিৎসাৰ পৰা সংকট জনক অৱস্থাত Gmch লৈ প্ৰেৰণ ডেকাক। এই মুহূৰ্তলৈ দুৰ্বৃত্তক চিনাক্ত কৰণ হোৱা নাই। বিভিন্ন দল সংগঠনৰ ধিক্কাৰ।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.