ETV Bharat / state

নলবাৰীত বিদ্যুৎ কৰ্মচাৰীৰ ধৰ্মঘট

বুধবাৰে নলবাৰী বিদ্যুৎ সংমণ্ডলৰ কাৰ্য্যালয়ত ২৪ ঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে বিদ্যুৎ কৰ্মচাৰীসকলে ।

author img

By

Published : Feb 3, 2021, 7:03 PM IST

নলবাৰীত বিদ্যুৎ কৰ্মচাৰীৰ ধৰ্মঘট
নলবাৰীত বিদ্যুৎ কৰ্মচাৰীৰ ধৰ্মঘট

নলবাৰী, ৩ ফেব্ৰুৱাৰী: বুধবাৰে দেশজোৰা বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়নৰক্ষী সমিতিৰ আহ্বানত বিদুৎ খণ্ডৰ ব্যাক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয় । ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীতো বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নলবাৰী বিদ্যুৎ সংমণ্ডলৰ কাৰ্য্যালয়ত ২৪ ঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে বিদ্যুৎ কৰ্মচাৰীসকলে ।

নলবাৰীত বিদ্যুৎ কৰ্মচাৰীৰ ধৰ্মঘট

যদিহে বিদ্যুৎ খণ্ড ব্যক্তিগত কৰণ কৰা হয়, তেন্তে বিভিন্ন সমস্যাই দেখা দিয়াৰ লগতে বিদ্যুৎ মাচুলো বৃদ্ধি পাব বুলি প্ৰতিবাদস্থলীত মন্তব্য কৰে নলবাৰীৰ বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহা প্ৰৱন্ধক দুলুমণি দাসে । ইফালে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানৰে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে নলবাৰীৰ বিদ্যুৎ সংমণ্ডলৰ সমূহ কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক:কাছাৰ জিলাৰ গুমড়াত বৃহৎ পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.