ETV Bharat / state

বাণিজ্যত অষ্টম স্থান দখলেৰে উজলিল নলবাৰীৰ প্ৰিয়া জৈন - Priya Jain secured 8th position on HS Examination 2020 nalbari assam etv bharat news

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত বাণিজ্য শাখাত অষ্টম স্থান দখল কৰে নলবাৰীৰ প্ৰিয়া জৈনে ৷ প্ৰিয়াই নলবাৰী কৰ্মাচ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ছাত্ৰীগৰাকীৰ সাফল্যত স্বাভাৱিকতে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে মহাবিদ্যালয়খনত ৷

Priya Jain secured 8th position on HS Examination 2020 nalbari assam etv bharat news
বাণিজ্যত অষ্টম স্থান দখল প্ৰিয়া জৈনৰ
author img

By

Published : Jun 25, 2020, 12:59 PM IST

Updated : Jun 25, 2020, 1:42 PM IST

নলবাৰী,25 জুন: সদ্য়ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত পাঁচটাকৈ স্থান লাভেৰে ৰাজ্য়ৰ ভিতৰত জিলিকি উঠিল নলবাৰী জিলা ৷ জিলাখনৰ পৰা বাণিজ্য শাখাত অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰিয়া জৈনে । জৈনে নলবাৰী কৰ্মাচ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ছাত্ৰীগৰাকীৰ সাফল্যত স্বাভাৱিকতে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে মহাবিদ্যালয়খনত ৷ ছাত্ৰীগৰাকীয়ে লাভ কৰিবলৈ সক্ষম হৈছে 453 নম্বৰ ৷ ভৱিষ্যতে বাণিজ্যৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰি এগৰাকী চাটাৰ্ড একাউণ্টটেণ্ট হোৱাৰ সপোন পুহি ৰখা কৃতি ছাত্ৰীগৰাকী সন্তোষ জৈন আৰু শৰ্মিলা জৈনৰ কন্যা । কোনো ধৰণৰ নিৰ্দিষ্ট নিয়ম মানি অধ্যয়ন কৰা নাছিল বুলি ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷

বাণিজ্যত অষ্টম স্থান দখল প্ৰিয়া জৈনৰ

লগতে চাওকঃ বাণিজ্য শাখাৰ ষষ্ঠ স্থানত নগাঁৱৰ ভাৰতী বিদ্যাপীঠৰ কাৰ্তিক ধাৰীৱাল

Last Updated : Jun 25, 2020, 1:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.