ETV Bharat / state

বৰক্ষেত্ৰী,ধৰ্মপুৰলৈ ৰাওনা প্ৰিজাইডিং প'লিং বিষয়া

গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী কাৰ্যালয়ত ভোটগ্ৰহণৰ বাবে আৱশ্যকীয় ইলেকট্ৰনিক ভোটিং মেচিন, ভি ভি পেটৰ লগতে আন আন সামগ্ৰীসমূহ প্ৰদান কৰে প্ৰিজাইডিং আৰু প'লিং বিষয়াসকলক ৷

author img

By

Published : Apr 22, 2019, 5:11 PM IST

বৰক্ষেত্ৰী,ধৰ্মপুৰলৈ ৰাওনা প্ৰিজাইডিং প'লিং বিষয়া

নলবাৰী, 22 এপ্ৰিলঃ নলবাৰীৰ বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ বিধানসভা সমষ্টিলৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু প'লিং বিষয়াসকল ৷ ৰাজ্যত 23 এপ্ৰিল অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৬ নং বৰপেটা লোকসভা সমষ্টিৰ অধীনত ধৰ্মপুৰ বিধানসভা সমষ্টি আৰু 7 নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধাসভা সমষ্টিত জিলা নিৰ্বাচনী বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত চলিছে ব্যাপক প্ৰস্তুতি ৷

যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী কাৰ্যালয়ত ভোটগ্ৰহণৰ বাবে আৱশ্যকীয় ইলেকট্ৰনিক ভোটিং মেচিন, ভি ভি পেটৰ লগতে আন আন সামগ্ৰীসমূহ প্ৰদান কৰে প্ৰিজাইডিং আৰু প'লিং বিষয়াক ৷ উল্লেখ্য যে, বৰক্ষেত্ৰী সমষ্টিত 243 টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ভোটাৰৰ সংখ্যা 184339 জন৷ সমষ্টিটোৰ ভিতৰত মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ ৬ টা আৰু আদৰ্শ ভোটকেন্দ্ৰ দুটা ৷

আনহাতে, ধৰ্মপুৰ সমষ্টিত আছে 187 টা ভোট গ্ৰহণ কেন্দ্ৰ ৷ ভোটাৰৰ সংখ্যা 138751 জন ৷ সমষ্টিটোত মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ 4 টা আৰু আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ দুটা ৷

Slug Election
22Apr 
FTP

OCVO=বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ সমষ্টিলৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে  ৬নং বৰপেটা লোকসভা সমষ্টিৰ অধীনত নিৰ্বাচন অনুষ্ঠিত হবলগীয়া ধৰ্মপুৰ বিধানসভা সমষ্টি আৰু ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধানসভা সমষ্টিত তৃতীয় পৰ্যায়ত লোকসভা  নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নলবাৰী নিৰ্বাচনী জিলাৰ জিলা নিৰ্বাচনী বিষয়া ভাৰত ভুষণ দেৱ চৌধুৰীৰ নেতৃত্বত   ব্যাপক প্ৰস্তুতি। আজি গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী কাৰ্যালয়ত আজি ভোটগ্ৰহনৰ বাবে আৱশ্যকীয় ইলেকট্ৰনিক ভোটিং মেচিন ,ভি ভি পেটৰ লগতে আন আন সামগ্ৰীসমূহ প্ৰিজাইডিং আৰু পোলিং বিষয়াসকলক প্ৰদান কৰা হয়।
     বৰক্ষেত্ৰী সমষ্টিত ২৪৩টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ১৮৪৩৩৯ ভোটাৰ আছে।এই সমষ্টিৰ ভিতৰত মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ ৬টা আৰু আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ দুটা আছে।
      আনহাতে ধৰ্মপুৰ সমষ্টিত ১৮৭ টা ভোটগ্ৰহণ কেন্দ্ৰ অাছে। আৰু ভোটাৰ আছে ১৩৮৭৫১গৰাকী ।এই সমষ্টিত মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ ৪টা আৰু আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ দুটা ।
      এই সমষ্টি দুটাৰ বাবে নিয়োজিত প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল তথা আৰক্ষীৰ লোকসকলে নিৰ্দিষ্ট কৰি দিয়া ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে ।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.