ETV Bharat / state

নলবাৰীৰ এগৰাকী মেধাৱী ছাত্ৰীৰ কৰুণ জীৱন গাঁথা...

দুৰাৰোগ্য ৰোগত আক্ৰান্ত নলবাৰীৰ এগৰাকী মেধাৱী ছাত্ৰী ৷ চিকিৎসা কৰিবলৈ ধনৰ অভাৱ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ ৷ ফলত এতিয়া বিপাঙত পৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালটো ৷

নলবাৰীৰ এগৰাকী মেধাৱী ছাত্ৰীৰ কৰুণ জীৱন গাঁথা
author img

By

Published : May 14, 2019, 5:12 PM IST

নলবাৰী, 14 মে': নলবাৰীৰ পূৱ প্ৰান্তৰ গুৱাকুছি গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰীৰ কৰুণ জীৱন গাঁথা ৷ দুটাকৈ ব্ৰেইন টিউমাৰত আক্ৰান্ত মাইনু মণি চুলতানা নামৰ দুৰ্ভগীয়া ছাত্ৰীগৰাকী ৷ দুটাকৈ ব্ৰেইন টিউমাৰত আক্ৰান্ত হোৱাৰ ফলত এতিয়া কাণেৰে নুশুনা হৈ পৰিছে ছাত্ৰীগৰাকীয়ে ৷ ইপিনে ছাত্ৰীগৰাকী এনেদৰে ৰোগত আক্ৰান্ত হোৱাত অমানিশা নামি আহিছে মাইনু মণি চুলতানাৰ পৰিয়াললৈ ৷ ছাত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে ধনৰ অভাৱ মধ্যবিত্ত পৰিয়ালটোৰ ৷ গুৱাকুছি অঞ্চলৰ স্বেচ্ছাসেৱী অনুষ্ঠান কহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালে পৰিয়ালটোক কিছু সহায় আগবঢ়াইছে যদিও সেয়া যথেষ্ট নহয় ৷

নলবাৰীৰ এগৰাকী মেধাৱী ছাত্ৰীৰ কৰুণ জীৱন গাঁথা

ছাত্ৰীগৰাকীৰ সম্পূৰ্ণ চিকিৎসাৰ বাবে প্ৰয়োজন প্ৰায় দহ লক্ষাধিক টকাৰ ৷ ইপিনে ছাত্ৰী গৰাকীৰ উন্নত মানৰ চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়াৰ পৰামৰ্শ দিছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই। যদিও চেন্নাইলৈ নিবলৈ ধন যুগুত কৰাত ব্যৰ্থ ছাত্ৰীগৰাকীৰ পিতৃ ৷ সেয়েহে অসহায় পৰিয়ালটোৱে সহায়ৰ হাত বিচাৰিছে ৰাইজৰ ৷ যদি কোনো সদাশয় লোকে যদি ছাত্ৰীগৰাকীক সহায় কৰিব বিচাৰিছে তেন্তে যোগাযোগ কৰিব পাৰে ছাত্ৰীগৰাকীৰ পিতৃৰ নলবাৰী SBI শাখাত থকা একাউণ্ট নম্বৰ 11004799868ত অন্যথা ছাত্ৰীগৰাকীৰ পিতৃৰ 6002754524 ফোন নম্বৰত ৷

Slug student story
14may
Story   FTP

নলবাৰীৰ এগৰাকী মেধাৱী ছাত্ৰীৰ কৰুণ গাথা।

VO=1 নলবাৰী জিলাত বিশুদ্ধ পানীৰ অভাৱৰ ফলত বিভিন্ন জনৰ শৰীৰত দুৰাৰোগ্য ৰোগে ভয়াবহ ভাৱে ছানি ধৰিছে ।শেহতীয়া ভাৱে জিলাখনৰ পূৱ প্ৰান্তৰ গুৱাকুছি গাওঁৰ এগৰাকী মেধাবী ছাত্ৰীৰ ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ দিক বিদিক হেৰুৱাই পেলাইছে পৰিয়ালবৰ্গই।উল্লেখযোগ্য যে মেধাৱী ছাত্ৰী মাইনু মণি চুলতানা দুটাকৈ ব্ৰেইন টিউমাৰত আক্ৰান্ত হোৱাৰ ফলত কাণৰে নুশুনা হোৱাৰ লগতে মধ্যবিত্ত পৰিয়াল টোলে নমাই আনিছে অমানিশা।

বাইট লুটফুৰ ৰহমান(কোহিনুৰ যুৱক সংঘ আৰু পুঠিভৰাল)

VO= 2 ইফালে মধ্যবিত্ত পৰিয়াল টোক সহায়ৰ বাবে গুৱাকুছি অঞ্চলৰ স্বেচ্ছাসেৱী অনুষ্ঠান কোহিনুৰ যুৱক সংঘ আৰু পুথিভৰালে ছাত্ৰীগৰাকীক কিছু আৰ্থিক সহায়ৰ লগতে অসমৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ লগতে সহৃদয় ৰাইজৰ ওচৰত সহায়ৰ আহ্বান জনাই স্বেচ্ছাসেৱী অনুষ্ঠান টোৱে

বাইট 2 মমতাজ আহমেদ(উপ সভাপতি কোহিনুৰ যুৱক সংঘ আৰু পুথিভৰাল।)

VO=3  আনহাতে মেধাৱী ছাত্ৰী গৰাকীৰ আৰোগ্য হোৱাৰ বাবে পিতৃ চোহৰাৱ আলীক প্ৰায় দহ লক্ষাধিক টকাৰ প্ৰযোজন।আনহাতে ছাত্ৰী গৰাকীৰ উন্নত মানৰ চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ পৰা চেন্নাইত নিয়াৰ অনুৰোধ জনাইছে হস্পিতাল কতৃপক্ষই।হাতত অৰ্থৰ অভাৱত চিকিৎসাৰ বাবে উন্নত চিকিৎসাৰ বাবে নিৱ পৰা নাই পৰিয়াল বৰ্গই।পৰিয়াল টোৰ সহায়ৰ বাবে আপুনি সহায় আগবঢ়াৱ পাৰে।নলবাৰী SBI শাখাৰ পিতৃৰ একাউণ্ট নম্বৰ 11004799868ত IFSC কোড নম্বৰ SBIN0001103 ।দুৰ্ভগীয়া ছাত্ৰী গৰাকীৰ পিতৃৰ 6002754524 ত।

কৈলাস ডেকা, ETV ভাৰত অসম নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.