ETV Bharat / state

কৌটি টকীয়া দলঙৰ আধাৰ শিলা স্থাপন কৰিলে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে

author img

By

Published : Oct 1, 2020, 10:32 PM IST

কংগ্ৰেছৰ দিনত কোনো উন্নয়ন নোহোৱাৰ অভিযোগ উত্থাপন কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । SI কেলেংকাৰীত জৰিত লোকক লোককে শাস্তি দিব লাগে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

কৌটি টকীয়া দলঙৰ আধাৰ শিলা স্থাপন কৰিলে  মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে
কৌটি টকীয়া দলঙৰ আধাৰ শিলা স্থাপন কৰিলে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে

নলবাৰী, 1 অক্টোবৰ : কৰ’ণা মহামাৰীৰ মাজতেই নতুন নতুন আঁচনিৰে ৰাইজক আকৃষ্ট কৰিবলৈ আ-প্ৰাণ চেষ্টা চলাইছে মন্ত্ৰী বিধায়ক সকলে ৷

2021ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া ধৰ্মপুৰত ঘনে ঘনে উপস্থিত হৈছে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী । বৃহস্পতিবাৰে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কেইবাটাও পথৰ আধাৰশিলা স্থাপনৰ লগতে কৈহাটী মধুপুৰ সংযোজিত পথত প্ৰায় 5.50 কৌটি টকাৰ এখন দলঙৰ নিৰ্মাণ কাৰ্যৰ আধাৰ শিলা স্থাপন কৰে।

ইয়াৰ সমান্তৰাল কৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখাৰ উপৰিও সমষ্টি বাসীৰ মাজত আৰম্ভ কৰিছে প্ৰলোভানৰ ৰাজনীতি । আনহাতে কংগ্ৰেছৰ দিনত কোনো উন্নয়ন নোহোৱাৰ অভিযোগ উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে । ইপিনে SI কেলেংকাৰীত বিজেপি নেতা জৰিত থকাৰ কথা সোধাত তেওঁ এই কেলেংকাৰীত জৰিত লোকক লোককে শাস্তি দিব লাগে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : ডিচেম্বৰ মাহলৈ বিটিচি নিৰ্বাচনৰ সম্ভাৱনা প্ৰকট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.