ETV Bharat / state

নদীৰ বালিচৰত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি - pagladia river

নলবাৰীৰ পাগলাদিয়া নদীৰ বুকুত নয়ন কলিতা নামৰ এগৰাকী ব্যক্তিয়ে গছৰ পাতেৰে নিৰ্মাণ কৰিছে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি ৷

nayan-kalitas-art-on-bishnu-prasad-rabha
নদীৰ বালিচৰত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি
author img

By

Published : Jun 20, 2020, 6:54 PM IST

নলবাৰী,20 জুনঃ সমুদ্ৰ তীৰত নহয় এইবাৰ নদীৰ তীৰত প্ৰতিচ্ছবিৰ সৃষ্টি ৷ নলবাৰীৰ পাগলাদিয়া নদীৰ বুকুত নয়ন কলিতা নামৰ এগৰাকী ব্যক্তিয়ে সৃষ্টি কৰিছে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি ৷পাগলাদিয়া নদীৰ বালিচৰত গছৰ পাতেৰে নিৰ্মাণ কৰিছে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি ৷

নদীৰ বালিচৰত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি

এই কাৰ্যত নয়ন কলিতাক সংগ দিছে তপন বৈশ্য আৰু শৈলেন পৰাশৰ নামৰ দুজন বন্ধুৱে ৷ দুই বন্ধুৱে গীটাৰ আৰু বাঁহীত সুৰ তুলি নান্দনিক কৰি তুলিছে সমগ্ৰ পৰিৱেশটো ৷ নয়ন কলিতা পেচাত শংকৰদেৱে শিশু বিদ্যা নিকেতন,মৰোৱাৰ আৰ্টৰ শিক্ষক ৷ নয়নে ইতিমধ্যে সমগ্ৰ নলবাৰী জিলাত বিভিন্ন ক্ষেত্ৰত বিভিন্ন সুনাম কঢ়িয়াই আনিছে ৷ উল্লেখযোগ্য যে,নয়নে যোৱা ১৫ আগষ্টতো শংকৰদেৱ শিশু নিকেতন,মৰোৱাৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে লগ লাগি বিদ্যালয়ৰ প্ৰাংগনত কাগজৰে প্ৰস্তুত কৰি উলিয়াইছিল প্ৰায় ২০ ফুট দীঘল আৰু বহল ভাৰতৰ মেপ এখন ৷

লগতে পঢ়কঃ লক ডাউনৰ মাজতে ধুমুহাৰ দুৰন্ত গতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.