নলবাৰী,16 ছেপ্টেম্বৰঃ নলবাৰীত জুবিন গাৰ্গৰ সংগীতৰ মায়াজাল৷ নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অনুষ্ঠান৷ এটাৰ পিছত এটাকৈ নিজৰ জনপ্ৰীয় গীতসমূহ পৰিবেশন কৰে জুবিনে৷ উক্ত অনুষ্ঠানতে শিল্পীগৰাকীৰ মুখত শুনা গ’ল সদ্যমুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ কাঞ্চনজংঘাৰ সংলাপ৷ অনুষ্ঠানৰ মাজতে কৰ্তব্যত ব্যস্ত অসম আৰক্ষীক চেল্যুট শিল্পী গৰাকীৰ৷
নলবাৰীত জুবিনৰ সংগীতৰ মায়াজাল - নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী
নলবাৰীত জুবিনৰ সংগীতৰ মায়াজাল৷ নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অনুষ্ঠান
নলবাৰীত জুবিনৰ সংগীতৰ মায়াজাল
নলবাৰী,16 ছেপ্টেম্বৰঃ নলবাৰীত জুবিন গাৰ্গৰ সংগীতৰ মায়াজাল৷ নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অনুষ্ঠান৷ এটাৰ পিছত এটাকৈ নিজৰ জনপ্ৰীয় গীতসমূহ পৰিবেশন কৰে জুবিনে৷ উক্ত অনুষ্ঠানতে শিল্পীগৰাকীৰ মুখত শুনা গ’ল সদ্যমুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ কাঞ্চনজংঘাৰ সংলাপ৷ অনুষ্ঠানৰ মাজতে কৰ্তব্যত ব্যস্ত অসম আৰক্ষীক চেল্যুট শিল্পী গৰাকীৰ৷
Intro:নলবাৰীত নিশা জুবিন গাৰ্গৰ সংগীতৰ মায়াজাল।
Body:
গ্ৰাম্যঞ্চলৰ এখন আগশাৰীৰ মহাবিদ্যালয় বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অনুষ্ঠান।অতি শান্ত ভাৱৰে অনুষ্ঠান কৰিলে শিল্পী গৰাকীয়ে।এটাৰ পিছত এটাকৈ গালে জনপ্ৰিয় গীত।কাঞ্চন জংঘাৰ গীতৰ লগতে মুখত শুনা গল সংলাপ।কৰ্তব্যত ব্যস্ত অসম আৰক্ষীক চেল্যুট শিল্পী গৰাকীৰ।অসম আৰক্ষীৰ পোছাকত আহিৱ জুবিন গাৰ্গ।ইফালে কাঞ্চন জংঘাৰ দৰে যতীন বৰাৰ ছৱি ৰত্নাকৰ চাৱলৈ কলে দৰ্শকক।। জনপ্ৰিয় গীতৰে মুহিলে সকলোকে।জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰে সামৰণি পৰিল বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি সমাৰোহ।Conclusion:কৈলাস ডেকা, নলবাৰী।