ETV Bharat / state

নলবাৰীৰ ভুনুকুছিত বিষ্ণু মন্দিৰৰ আধাৰশিলা স্থাপন - Etv Bharat

নলবাৰী জিলাৰ পূৱ প্ৰান্তত অৱস্থিত ভুনুকুছি গাঁৱত বৃহস্পতিবাৰে বিষ্ণু মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয় । মঙলদৈ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই অনুষ্ঠানত উপস্থিত থাকি শিল্যন্যাস কৰে ।

নলবাৰীৰ ভুনুকুছিত বিষ্ণু মন্দিৰৰ আধাৰশিলা স্থাপন
author img

By

Published : May 10, 2019, 2:41 AM IST

নলবাৰী, 10 মে' : বিষ্ণু মন্দিৰৰ আধাৰশিলা স্থাপনৰ পূৰ্বে পুৱা গাওঁবাসীয়ে মাঙ্গলিক ৰীতি নিয়ম অনুসৰি পূজা অৰ্চনা কৰে । আধাৰশিলা স্থাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকৃতিক সেউজ কৰি ৰখাৰ উদ্দেশ্য এক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰে গাওঁখনৰ জ্যেষ্ঠ ব্যক্তি তথা সমাজকৰ্মী হৰমোহন ডেকাই । অনুষ্ঠানত গাওঁখনৰ 96 গৰাকী জোঁৱাইক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটোৰ আঁত ধৰে ভুনুকুছি গাঁৱৰ সম্পাদক সনাতন ডেকাই ।

Etv Bharat Assam

নলবাৰীৰ ভুনুকুছিত বিষ্ণু মন্দিৰৰ আধাৰশিলা স্থাপন।

নলবাৰী জিলাৰ পূৱ প্ৰান্তৰ ভুনুকুছি গাওঁৰ আজি বিষ্ণু মন্দিৰৰ আধাৰশিলা স্থাপন কৰে।ৰাতিপুৱা ৰে পৰা অনুষ্ঠিত হোৱা আধাৰশিলা  অনুষ্ঠানৰ লগতে প্ৰকৃতিক সেউজ কৰি ৰখাৰ উদ্দেশ্য বৃক্ষ ৰোপন কৰে ।বৃক্ষ ৰোপণ কৰে গাওঁখনৰ জেষ্ঠ ব্যক্তি তথা সমাজকৰ্মী হৰমোহন ডেকাই।উল্লেখযোগ্য যে মাংগলিক ৰীতি নিয়ম অনুসৰি আজি ৰাতিপুৱাৰ  পৰা পূজা অৰ্চনা কৰে গাওঁবাসীয়ে। নতুনকৈ  নিৰ্মাণ কৰিব লগা বিষ্ণু মন্দিৰৰ শিলান্যাস পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰে ৰূপায়ণ কৰে।উক্ত শিল্যন্যাস  অনুষ্ঠানত উপস্থিত থাকি ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ মিত্ৰ জোতৰ প্ৰাৰ্থী দিলীপ শইকীয়াই শিল্যন্যাস কৰে।এই অনুষ্ঠানত গাওঁখনৰ জী-জোৱাইসকল উপস্থিত থাকে।ইফালে ইয়াৰ লগতে সংগতি ৰাখি  গাওঁখনৰ ৯৬ গৰাকী জোৱাইক ব্যতিক্ৰমী  সম্বধৰ্ণা জনাই গাওঁ বাসীযে।গাওঁখনৰ এই অনুষ্ঠানত উপস্থিত থাকি অভিভুত হৈ পৰে সকলোৱে।ইয়াকে লৈ গাওঁখনত এক উৎসৱ মুখৰ পৰিবেশ বিৰাজ কৰে।এই অনুষ্ঠান টোৰ আত ধৰে ভুনুকুছি গাওঁৰ সম্পাদক সনাতন ডেকাই।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.