ETV Bharat / state

প্ৰতিঘণ্টাত প্ৰায় 20 কিল'মিটাৰ চাইকেল চলোৱা এটি শিশু - সৃষ্টি জাতীয় বিদ্যালয়

শনিবাৰে নলবাৰী জিলাৰ বিষ্টুপুৰস্থিত সৃষ্টি জাতীয় বিদ্যালয়ত উদযাপন কৰা শিশু দিৱসত উত্তৰ বৰশিৰালৰ অমন নাথক সম্বৰ্ধনা জনোৱা হয় ৷ অতি কম বয়সতে প্ৰতিঘণ্টাত 15-20 কিল'মিটাৰ চাইকেল চলাব পাৰে শিশু অমন নাথে ৷

nalbari talented boy
প্ৰতিঘণ্টাত প্ৰায় 20 কিলোমিটাৰ চাইকেল চলাব পৰা এটি শিশু
author img

By

Published : Nov 14, 2020, 8:42 PM IST

নলবাৰী, 14 নৱেম্বৰ : নলবাৰী জিলাৰ বিষ্টুপুৰস্থিত সৃষ্টি জাতীয় বিদ্যালয়ত শনিবাৰে সৃষ্টি মাল্টি ডেভেলপ্মেণ্ট অ’ৰ্গেনাইজেশ্যন (এনজিঅ’)ৰ উদ্যোগত নেহেৰু যুৱ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস আৰু শিশু দিৱস উদযাপন কৰা হয় ।

সৃষ্টি সংগীত বিদ্যালয়ৰ অধ্যক্ষ প্ৰতুল ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সৃষ্টি এন জি অ’ৰ সভাপতি হিৰণ্য বৰ্মনে ।

প্ৰতিঘণ্টাত প্ৰায় 20 কিলোমিটাৰ চাইকেল চলাব পৰা এটি শিশু

সভাখনত ভাষণ প্ৰদান কৰে নেহেৰু যুৱ কেন্দ্ৰৰ নলবাৰী যুৱ সমন্বয়ক হিৰকজ্যোতি বৰ্মন, সৃষ্টি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তিলক দাস, ৰূপজ্যোতি হাইস্কুলৰ শিক্ষয়ত্রী পদুমী মেধি কলিতাই ৷

উক্ত সভাত সৃষ্টি মাল্টি ডেভেলপ্মেণ্ট অ’ৰ্গেনাইজেশ্যনৰ ফালৰ পৰা উত্তৰ বৰশিৰালৰ অমন নাথক সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে, 5 বছৰীয়া এই শিশুটিয়ে প্ৰতিঘণ্টাত 15-20 কিলোমিটাৰ চাইকেল চলাই ঘূৰিব পাৰে ।

লগতে পঢ়ক : খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতিৰ দেহৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.