নলবাৰী, 20 ফেব্ৰুৱাৰীঃ নলবাৰীত কংগ্ৰেছৰ জনজাগৰণ সভাত CAAৰ বিৰোধীতাৰে বিশাল প্ৰতিবাদী সমদল ৷ প্ৰতিবাদী সমদলটো নলবাৰী চহৰৰ মাজেৰে আহি ৰাজীৱ ভৱনত উপস্থিত হৈ এক সভা অনুষ্ঠিত কৰে ৷ সভত কংগ্ৰেছৰ একাংশ নেতাই বিজেপি চৰকাৰক তীব্ৰ সমোলোচনা কৰে ৷ এই সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ আব্দুল খালেক, বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যৰ লগতে কংগ্ৰেছ নেতা প্ৰদ্যুৎ ভূঞা ৷
লগতে পঢ়কঃ বকোৰ নামনি লাম্পীত অসম প্ৰশাসন আৰু মেঘালয় প্ৰশাসনৰ মাজত উত্তপ্ত পৰিস্থিতি