ETV Bharat / state

নলবাৰীৰ কুমাৰীকাটা বাসীয়ে দাঙি ধৰিলে সম্প্ৰতিৰ নিদৰ্শন

author img

By

Published : Dec 1, 2020, 9:09 PM IST

নলবাৰীৰ এটা বিশেষ অঞ্চলে দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন ৷ হিন্দু-মুছলমানৰ মিলনভূমি হিচাপে চিহ্নিত নলবাৰীৰ কুমাৰীকাটাত নিৰ্মীয়মান মছজিদৰ ছাদৰ আধাৰশিলা স্থাপন কৰিলে বিশিষ্ট নাগাৰা নামৰ শিল্পী ৰামচৰণ ভড়ালীয়ে ।

As_nlb_kumarikata-special-bonding-of-hindu-muslim_vis_as10004
নলবাৰীৰ কুমাৰীকাটাবাসীয়ে দাঙি ধৰিলে সম্প্ৰতিৰ নিদৰ্শন

নলবাৰী,1 ডিচেম্বৰঃ যি সময়ত সমগ্ৰ দেশতে একাংশ লোকে বিভিন্ন ধৰণে সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ চেষ্টা কৰি আহিছে, সেই সময়তেই নলবাৰীৰ এটা বিশেষ অঞ্চলে দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন ৷ হিন্দু-মুছলমানৰ মিলনভূমি হিচাপে চিহ্নিত নলবাৰীৰ কুমাৰীকাটা বাসীয়ে দাঙি ধৰিলে এই সম্প্ৰীতি ৷ অঞ্চলটোত ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰিবলৈ লোৱা মছজিদৰ ছাঁদৰ আধাৰশিলা স্থাপন কৰিলে বিশিষ্ট নাগাৰা নামৰ শিল্পী ৰামচৰণ ভড়ালীয়ে ।

মছজিদৰ ছাঁদ নিৰ্মাণৰ শুভাৰম্ভ কৰি বিশিষ্ট শিল্পী ৰামচৰণ ভড়ালীয়ে কয়, এই কাৰ্য সমগ্ৰ অসমবাসীৰ বাবে আদৰ্শ স্বৰূপ হওক । আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা সকলে কুমাৰীকাটালৈ আহক আৰু এই অঞ্চলৰ ৰাইজৰ আদৰ্শ গ্ৰহণ কৰক ।

লগতে পঢ়ক-গোলাঘাট আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.