ETV Bharat / state

বিশিষ্ট সাংবাদিক ফণীন্দ্ৰ নাথ কলিতাৰ স্মৃতিত নলবাৰীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান - শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

মুক্তিযুঁজাৰু, বিশিষ্ট সাংবাদিক ফণীন্দ্ৰ নাথ কলিতা(Phanindra Nath Kalita)ৰ স্মৃতিত নলবাৰীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিলে নলবাৰী জিলা সাংবাদিক সন্থা(NALBARI DISTRICT JOURNALIST ASSOCIATION)ই । বুধবাৰে নলবাৰী জিলা ছাত্ৰ সন্থা(AASU)ৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজিত কৰা হয় ।

Nalbari Journalist association remebered Phanindra Nath Kalita
বিশিষ্ট সাংবাদিক ফণীন্দ্ৰ নাথ কলিতাৰ স্মৃতিত নলবাৰীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
author img

By

Published : Jun 9, 2021, 5:19 PM IST

নলবাৰী, ৯ জুন: বুধবাৰে বিশিষ্ট সাংবাদিক ফণীন্দ্ৰ নাথ কলিতা(Phanindra Nath Kalita)ৰ বিয়োগৰ এমাহ সম্পূৰ্ণ হ'ল । উক্ত দিনাই তেওঁৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে নলবাৰী জিলা সাংবাদিক সন্থা(NALBARI DISTRICT JOURNALIST ASSOCIATION)ই ।

নলবাৰী জিলা ছাত্ৰ সন্থা(AASU)ৰ কাৰ্যালয়ত নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি তথা নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা সমাজকৰ্মীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে কেইবাজনো সাংবাদিক আৰু বিশিষ্ট ব্যক্তিয়ে ।

নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰধান সম্পাদক ৰমেন কলিতাই আঁত ধৰা অনুষ্ঠানটিত সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰৰ লগতে কেইবাজনো ব্যক্তিয়ে সাংবাদিক ফণীন্দ্ৰ নাথ কলিতাৰ আদৰ্শ আৰু কৰ্মৰাজিৰ বিষয়ে স্মৰণ কৰে ৷

লগতে পঢ়ক:কলগাছিয়াৰ কাউৰজাহীত বেকী নৈৰ খহনীয়া(Erosion)

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.