ETV Bharat / state

নলবাৰীত উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তি কেলেংকাৰী

author img

By

Published : Jan 5, 2021, 6:55 AM IST

Updated : Jan 5, 2021, 10:59 AM IST

নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তিত কেলেংকাৰী সংঘটিত হোৱা বুলি দেওবাৰে অভিযোগ উত্থাপন কৰিছিল সদৌ অসম যুৱ ছাত্ৰ পৰিষদে ৷ এই অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ সোমবাৰে সংবাদমেল আয়োজন কৰে উপায়ুক্ত পূৰৱী কোঁৱৰে ৷

As_nlb_dc-office-recruitment-scam_vis_as10004
নলবাৰীত উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তি কেলেংকাৰী

নলবাৰী,5 জানুৱাৰী: নলবাৰীত জিলা উপায়ুক্তৰ সংবাদমেল ৷ উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তিত কেলেংকাৰী সংঘটিত হোৱা বুলি দেওবাৰে অভিযোগ উত্থাপন কৰিছিল সদৌ অসম যুৱ ছাত্ৰ পৰিষদে ৷ এই অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ সংবাদমেল আয়োজন কৰে উপায়ুক্ত পূৰৱী কোঁৱৰে ৷ উপায়ুক্ত গৰাকীয়ে নিযুক্তি প্ৰক্ৰিয়াত কোনো কেলেংকাৰী হোৱা নাই বুলি সংবাদমেলত স্পষ্টীকৰণ প্ৰদান কৰে ৷

কিন্তু সংবাদিকে সংবাদমেলতে দুজনকৈ প্ৰাৰ্থীৰ ভুল তথ্য উদঙাই দিয়াত এই সন্দৰ্ভত কোনো উত্তৰ প্ৰদান নকৰিলে উপায়ুক্ত গৰাকীয়ে ৷ তেখেতে কয় যে, এতিয়া কেৱল নিৰ্বাচন প্ৰক্ৰিয়াহে সম্পন্ন হৈছে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই ৷ নিযুক্তিৰ পূৰ্বে এই আসোঁৱাহ সমূহ পুনৰ নীৰিক্ষণ কৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

লগতে পঢ়ক-কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ

Last Updated : Jan 5, 2021, 10:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.