ETV Bharat / state

নলবাৰীত বৃহস্পতিবাৰে 125 গৰাকী লোক আক্ৰান্ত হয় ক’ৰণাত

author img

By

Published : May 20, 2021, 9:39 PM IST

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 100 গৰাকী, বেলশৰ মডেল হাস্পাতালত 39 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পাতালত 46 আৰু মহাত্মা গান্ধী মডেল হাস্পাতাল খাটিকুছিত 34 গৰাকী, সাৰথি হাস্পাতালত 31 গৰাকী আৰু নতুনকৈ স্থাপন হোৱা আদাবাৰী মডেল হাস্পাতালত 14 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে ।

Nalbari Covid Update
নলবাৰীত বৃহস্পতিবাৰে 125 গৰাকী লোক আক্ৰান্ত হয় ক’ৰণাত

নলবাৰী, 20 মে’ : নলবাৰীত বৃহস্পতিবাৰে 125 গৰাকী লোক আক্ৰান্ত হয় ক’ৰণা ভাইৰাছত । ইয়াৰ লগতে নলবাৰী জিলাত ক’ৰণাত আক্ৰান্তৰ সংখ্যা 4,111 গৰাকীলৈ বৃদ্ধি পায় । আনহাতে বৰ্তমান জিলাখনত সক্ৰিয় হৈ আছে 2,426 টা ঘটনা ৷ ইয়াৰে 2,097 গৰাকী ব্যক্তি হোম আইচলেচনত আছে ৷

ইফালে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 100 গৰাকী, বেলশৰ মডেল হাস্পাতালত 39 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পাতালত 46 আৰু মহাত্মা গান্ধী মডেল হাস্পাতাল খাটিকুছিত 34 গৰাকী, সাৰথি হাস্পাতালত 31 গৰাকী আৰু নতুনকৈ স্থাপন হোৱা আদাবাৰী মডেল হাস্পাতালত 14 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ কথা স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে । নলবাৰীৰ 65 গৰাকী ক’ভিডত আক্ৰান্ত ৰোগীক উন্নত চিকিৎসাৰ বাবে জি এম চি এইছ, এম এম চি এইছ আৰু কালাপাহাৰ ক’ভিদ চিকিৎসালয়লৈ প্ৰেৰণ কৰা কথাও জিলা স্বাস্থ্য বিভাগে উল্লেখ কৰে ।

লগতে পঢ়ক : ভালখবৰ : অসমত ক’ভিড আক্ৰান্তৰ হাৰ ৬.০২ শতাংশলৈ হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.