ETV Bharat / state

নলবাৰীত শনিবাৰে নতুনকৈ কৰ’ণাত আক্ৰান্ত হ’ল 196 গৰাকী

author img

By

Published : May 15, 2021, 10:29 PM IST

নলবাৰী জিলাত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ শনিবাৰে নলবাৰী জিলাত কৰ’ণাত নতুনকৈ আক্ৰান্ত হ’ল 196 গৰাকী লোক ।

nalbari covid update
নলবাৰীত শনিবাৰে নতুনকৈ কৰ’ণাত আক্ৰান্ত হ’ল 196 গৰাকী

নলবাৰী,15 মে’: ক’ভিডৰ দ্বিতীয় ঢৌত নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 3,363 গৰাকী । শনিবাৰে জিলাখনত নতুনকৈ আক্ৰান্ত হ’ল 196 গৰাকী লোক । বৰ্তমানেও জিলাখনত আক্ৰান্ত হৈ আছে 2,181 গৰাকী লোক ৷

ইফালে, জিলাখনত হোম আইচলেচনত আছে 1,889 গৰাকী । নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 100 গৰাকী, বেলশৰ মোডেল হস্পিতালত 27 গৰাকী, মাখিবাহা আদৰ্শ হস্পিতালত আছে 30 গৰাকী, মহাত্মা গান্ধী মোডেল হস্পিতালত খাটিকুছিত 37 গৰাকী আৰু নতুনকৈ সাৰথি হস্পিতালত 16 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ কথা জানিব পৰা গৈছে ।

ইয়াৰ ওপৰিও জিএমচিএইচ, এমএমচিএইচ আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়লৈ 82 গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰা হৈছে জিলা স্বাস্থ্য বিভাগৰ তথ্যত ।

লগতে পঢ়ক : মাত্ৰ দ্বাদশ শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিছে বিধায়ক পৃথ্বীৰাজ ৰাভাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.