ETV Bharat / state

বুধবাৰৰ দিনটোত নলবাৰীত কৰ’ণাত আক্ৰান্ত 221 গৰাকী - assam covid news

নলবাৰীত চলিত বৰ্ষত মুঠ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা হৈছে 1,674 গৰাকী । ইয়াৰে বুধবাৰৰ দিনটোতে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 221 গৰাকী লোক । জিলাখনত এই পৰ্যন্ত কৰ’ণাৰ 1,014 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷

nalbari-covid-update
বুধবাৰৰ দিনটোত নলবাৰীত কৰ’ণাত আক্ৰান্ত 221 গৰাকী
author img

By

Published : May 5, 2021, 10:37 PM IST

নলবাৰী,5 মে’: ৰাজ্যজুৰি অব্যাহত আছে কৰ’ণাৰ দ্বিতীয় ঢৌৰ ত্ৰাস ৷ ৰাজ্যৰ অন্যান্য় জিলাতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ নলবাৰীত চলিত বৰ্ষত মুঠ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1,674 গৰাকী । ইয়াৰে বুধবাৰৰ দিনটোতে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 221 গৰাকী লোক । জিলাখনত এই পৰ্যন্ত কৰ’ণাৰ 1,014 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷

nalbari-covid-update
বুধবাৰৰ দিনটোত নলবাৰীত কৰ’ণাত আক্ৰান্ত 221 গৰাকী

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 91 গৰাকীৰ লগতে বেলশৰ মডেল হাস্পতালত 31 গৰাকী চিকিৎসাধীন হৈ থকাৰ কথা প্ৰকাশ কৰিছে জিলা স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক: অপ্ৰতিৰোধ্য কৰ’ণা: ৰাজ্য চৰকাৰৰ নতুন ক’ভিড নীতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.