ETV Bharat / state

নলবাৰী কাৰাগাৰত কৰ’ণাৰ গণ সংক্ৰমণ !

author img

By

Published : Jul 31, 2020, 11:15 PM IST

শুকুৰবাৰে জিলা খনত মুঠ 86 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৷ জিলাখনত সৰ্বমুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা 658 গৰাকীলৈ বৃদ্ধি পালে ৷

nalbari covid update
nalbari covid update

নলবাৰী, 31 জুলাইঃ নলবাৰী কাৰাগাৰাৰ কাৰাবন্দী-কৰ্মচাৰী কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাচতে নলবাৰী কাৰাগাৰত কৰ’ণাৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে ৷ উল্লেখযোগ্য যে নলবাৰী জেইলত আছে মুঠ ৩৫৩ গৰাকী কাৰাবন্দী ৷ আজি কাৰাবন্দীৰ লগতে কৰ্মচাৰী সহ ৭৫ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয় ৷

এই পৰীক্ষণৰ পিছত চাৰি গৰাকী কাৰাবন্দী, এগৰাকী হাজোতী আৰু দুগৰাকী কৰ্মকৰ্তা সহ সাত গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ ৷

নলবাৰী কাৰাগাৰত কৰ’ণাৰ গণ সংক্ৰমণ!

ইপিনে আজি নলবাৰী ষ্টেট বেংকৰ দুগৰাকী লোকো কৰ’ণাত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৷ শুকুৰবাৰে জিলাখনত মুঠ 86 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৷ জিলাখনত সৰ্বমুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা 658 গৰাকীলৈ বৃদ্ধি পালে ৷

লগতে পঢ়কঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ ৰুগীয়া বৃদ্ধাক সহায়ৰ হাত আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.