ETV Bharat / state

নলবাৰীত নাপিয়াৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভা - first annual general meeting napiya

নলবাৰী এগ্ৰ' এণ্ড এলাইড প্ৰচেছৰছ ইণ্ডাষ্ট্ৰী এছ'চিয়েচন (নাপিয়া) ৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভা বৃহস্পতিবাৰে অনুস্থিত হয় ৷ বিনয় কুমাৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্যা কৰে 'নাপিয়া'ৰ সম্পাদক ভ্ৰমৰ মজুমদাৰে । 'নাপিয়া'ৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে সহকাৰী সম্পাদিকা বিতুমণি দেৱীয়ে ।

prosesar_industry_meeting
নলবাৰীত নাপিয়া প্ৰথম বাৰ্ষিক সাধাৰণ সভা
author img

By

Published : Nov 26, 2020, 7:06 PM IST

নলবাৰী, 26 নৱেম্বৰঃ নলবাৰী এগ্ৰ' এণ্ড এলাইড প্ৰচেছৰছ ইণ্ডাষ্ট্ৰী এছ'চিয়েচন (নাপিয়া) ৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভা বৃহস্পতিবাৰে অনুস্থিত হয় । নলবাৰী জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

বিনয় কুমাৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্যা কৰে 'নাপিয়া'ৰ সম্পাদক ভ্ৰমৰ মজুমদাৰে । 'নাপিয়া'ৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে সহকাৰী সম্পাদিকা বিতুমণি দেৱীয়ে ।

prosesar_industry_meeting
নলবাৰীত নাপিয়া প্ৰথম বাৰ্ষিক সাধাৰণ সভা

সভাত জি টি এপাৰ্ট প্ৰজেক্টৰ দলীয় মুৰব্বী ৰাতুল কুমাৰ দাস আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক তপন ডেকা, নলবাৰীৰ কৃষি বিজ্ঞানী নাচিমা বেগম, মীন উন্নয়ন বিষয়া বিৰাজ শৰ্মা, পশুপালন বিভাগৰ বিষয়া সমৰ তালুকদাৰ, 'আৰচেটি'ৰ ফেকাল্টি প্ৰাঞ্জল কুমাৰ শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়কঃধুবুৰীৰ আধাৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.