- নলবাৰীৰ কৈঠালকুছিত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ তিনিখনকৈ হেলিকপ্টাৰ
- সেনা বাহিনীৰ হেলিকপ্টাৰ অৱতৰণক লৈ চাঞ্চল্য
- যান্ত্ৰিক বিজুতিৰ বাবে আকস্মিক অৱতৰণ এখন হেলিকপ্টাৰ
- সহায়ৰ বাবে অইন দুখন হেলিকপ্টাৰৰ অৱতৰণ
- মিচামাৰীৰ পৰা উৰা মাৰিছিল হেলিকপ্টাৰ কেইখনে
- কথমপি প্ৰাণ ৰক্ষা পাইলটসহ সেনাৰ দলটোৰ
- হেলিকপ্টাৰ চাবলৈ স্থানীয় লোকৰ ভিৰনলবাৰীৰ কৈঠালকুছিত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ তিনিখনকৈ হেলিকপ্টাৰ
নলবাৰীৰ কৈঠালকুছিত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ তিনিখনকৈ হেলিকপ্টাৰ - ভাৰতীয় সেনা
নলবাৰীৰ কৈঠালকুছি হাইস্কুল খেলপথাৰত ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ ৷ কথমপি প্ৰাণ ৰক্ষা পাইলট সহ সেনা দলটোৰ ৷
![নলবাৰীৰ কৈঠালকুছিত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ তিনিখনকৈ হেলিকপ্টাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3876095-thumbnail-3x2-heli.jpg?imwidth=3840)
নলবাৰীৰ কৈঠালকুছিত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ তিনিখনকৈ হেলিকপ্টাৰ
- নলবাৰীৰ কৈঠালকুছিত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ তিনিখনকৈ হেলিকপ্টাৰ
- সেনা বাহিনীৰ হেলিকপ্টাৰ অৱতৰণক লৈ চাঞ্চল্য
- যান্ত্ৰিক বিজুতিৰ বাবে আকস্মিক অৱতৰণ এখন হেলিকপ্টাৰ
- সহায়ৰ বাবে অইন দুখন হেলিকপ্টাৰৰ অৱতৰণ
- মিচামাৰীৰ পৰা উৰা মাৰিছিল হেলিকপ্টাৰ কেইখনে
- কথমপি প্ৰাণ ৰক্ষা পাইলটসহ সেনাৰ দলটোৰ
- হেলিকপ্টাৰ চাবলৈ স্থানীয় লোকৰ ভিৰনলবাৰীৰ কৈঠালকুছিত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ তিনিখনকৈ হেলিকপ্টাৰ
Intro:নলবাৰীBody:#নলবাৰীৰ কৈঠালকুছি হেলিকপ্টাৰ চোৱাত ব্যস্ত ৰাইজ#
#হঠাৎ অঞ্চলটোত অৱতৰণ তিনিখনকৈ হেলিকপ্টাৰ#
#সেনা বাহিনীৰ হেলিকপ্টাৰ অৱতৰণক লৈ চাঞ্চল্য#
#যান্ত্ৰিক বিজুতিৰ বাবে আকস্মিক অৱতৰণ এখন হেলিকপ্টাৰ#
#অইন দুখন হেলিকপ্টাৰে বিজুতি হোৱা হেলিকপ্টাৰখনক সহায়ৰ বাবে অৱতৰণ#
#মিচামাৰীৰ পৰা উৰা মাৰিছিল বিজুতি হোৱা হেলিকপ্টাৰখন#
#কথমপি প্ৰাণ ৰক্ষা পাইলট সহ সেনাৰ দলটোৰ#
নলবাৰীৰ কৈঠালকুছি হাইস্কুল খেলপথাৰত ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ জৰুৰী ভাবে অৱতৰণ।যান্ত্ৰিক বিজুটিৰ বাবে এই অৱতৰণ।যান্ত্ৰিক বিজুটি ঘটাৰ ফলত পাইলতে কৈঠালকুছিত হেলিকপ্টাৰ খন জৰুৰী ভাবে অৱতৰণ কৰোৱাত নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে হেলিকপ্টাৰ সহ পাইলত।উল্লেখযোগ্য মিচামাৰীৰ পৰা আহিছিল হেলিকপ্টাৰখন।ইতিমধ্যে উদ্ধাৰৰ বাবে আহিছে আন দুখন হেলিকপ্টাৰ। এতিয়ালৈ যান্ত্ৰিক বিজুটি সফল হোৱা নাই।এই দৃশ্য চাবলৈ স্থানীয় লোকৰ ভিৰ পৰিলক্ষিত হোৱা দেখা যায়।
Bite..স্থানীয় ৰাইজেConclusion:কৈলাস ডেকা, নলবাৰী।