ETV Bharat / state

নলবাৰীত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ প্ৰতিবাদ

author img

By

Published : Nov 11, 2020, 7:24 PM IST

বুধবাৰে উত্তপ্ত হৈ পৰে নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ ৷ পৰিস্থিতি অধিক বেয়ালৈ গতি কৰাত প্ৰতিবাদকাৰীসকলৰ ওচৰত উপস্থিত হয় নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত ৷ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে স্মাৰক পত্ৰ গ্ৰহণ কৰি দাবীসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াতহে শাম কাটে পৰিস্থিতিৰ ৷

disability-protection-agency-protest-in-nalbari
নলবাৰীত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ প্ৰতিবাদ

নলবাৰী, 11নৱেম্বৰঃ বুধবাৰে উত্তপ্ত হৈ পৰে নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ ৷ জানিব পৰা মতে, প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ নিৰ্দেশমৰ্মে নলবাৰী জিলা শাখা সমিতিয়ে জিলা উপায়ুক্তক বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ যাওঁতে আৰক্ষী, চি আৰ পিয়ে বাধা প্ৰদান কৰাৰ ফলতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ পৰিস্থিতি অধিক বেয়ালৈ গতি কৰাত প্ৰতিবাদকাৰীসকলৰ ওচৰত উপস্থিত হয় নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত ৷ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে স্মাৰক পত্ৰ গ্ৰহণ কৰি দাবীসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াতহে শাম কাটে পৰিস্থিতিৰ ৷

ইপিনে, ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ তালিকাত তেওঁলোকৰ নাম 7 দিনৰ ভিতৰত সন্নিৱিষ্ট নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই ৷

লগতে পঢ়কঃ সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাঃ হাহাকাৰ বৰপেটাৰ আতচবাজী উদ্যোগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.