ETV Bharat / state

নগাঁও আৰু নলবাৰীত সীমিত কাৰ্যসূচীৰে পালন স্বাধীনতা দিৱস

author img

By

Published : Aug 15, 2020, 9:56 AM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী আৰু নগাঁৱতো সীমিত কাৰ্যসূচীৰে পালন কৰা হ'ল 74 সংখ্যক স্বাধীনতা দিৱস ৷ নলবাৰীত জিলা উপাযুক্ত পুৰবী কোঁৱৰে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ বিপৰীতে, নগাঁৱত উত্তোলন কৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই ৷

নগাঁৱত পতাকা উত্তোলন পিয়ুষ হাজৰিকাৰ
নগাঁৱত পতাকা উত্তোলন পিয়ুষ হাজৰিকাৰ

নিউজ ডেস্ক, 15 আগষ্ট: কৰ'ণা মহামাৰীৰ ত্ৰাসৰ বাবে এইবাৰ ৰাজ্যত ভিন্ন উৎসৱ পাৰ্বনৰ লগতে, সীমিতভাৱে পালন কৰা হ'ল দেশৰ স্বাধীনতা দিৱসৰ দিনটো ৷ সীমিত কাৰ্যসূচীৰে নগাঁও আৰু নলবাৰীতো উদযাপন কৰা হ'ল 74 সংখ্যক স্বাধীনতা দিৱস ৷ কৰ'ণাৰ বাবে জাৰি কৰা সম্পূৰ্ণ স্বাস্থ্য বিধি ৰক্ষা কৰি নলবাৰী আৰু নগাঁওবাসীয়ে পালন কৰিলে স্বাধীনতা দিৱস ৷

নলবাৰীত সীমিত কাৰ্যসূচীৰে পালন স্বাধীনতা দিৱস

শনিবাৰে নলবাৰীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰিলে জিলা উপাযুক্ত পুৰবী কোঁৱৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক অশোক শৰ্মা, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ লগতে, কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰনীয়া ৷ আনহাতে নগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই ৷

লগতে পঢ়ক: দেশজুৰি পালন 74 সংখ্যক স্বাধীনতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.