ETV Bharat / state

নলবাৰীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Jan 29, 2020, 11:54 PM IST

বুধবাৰে নলবাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত হয় এজন বাইক আৰোহী ।

dangerous accident at nalbari
নলবাৰীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

নলবাৰী, 29 জানুৱাৰী : হাজো-নলবাৰী পথৰ চৌধুৰীপাৰাত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত হয় এজন বাইক আৰোহী । নিহত লোকজন বৰভাগৰ ভানুকুছি গাঁৱৰ মুনিন ভট্ট ৷ পিপকো ডিলাৰত কৰ্মৰত ভট্টই নলবাৰী অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো ৷ গুৱাহাটী অভিমুখী এখন চাৰিচকীয়া বাহনে বাইক আৰোহীজনক খুণ্ডিয়াই পলাই যাবলৈ সক্ষম হয় ।

নলবাৰীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

আৰু পঢ়ক : নলবাৰী আৰক্ষীৰ হাতত আটক বাইক চোৰ

Intro:নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন।Body:হাজো নলবাৰী পথৰ চৌধুৰীপাৰাত সংঘটিত এক পথ দূৰ্ঘটনা ।থিতাতে নিহত এজন বাইক আৰোহী ।বাইখনৰ নম্বৰ AS 01 D A 8332 ।নিহত লোকজন বৰভাগৰ ভানুকুছি গাওঁৰ মুনিন ভট্ট ।পিপকো ডিলাৰত কৰ্মৰত ভট্টই নলবাৰী অভিমুখে আহি থকা অৱস্থাত গুৱাহাটী অভিমুখী এখন চাৰিচকীয়া বাহনে খুণ্ডিয়াই পলাই যায় । Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.