ETV Bharat / state

নলবাৰীত উত্তপ্ত পৰিস্থিতি, কলা পতাকা প্ৰদৰ্শন মুখ্যমন্ত্ৰীক

নলবাৰী চামতা মাজেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সৰ্থেবাৰীলৈ গৈ থকা অৱস্থাত শতাধিক আছু কৰ্মীয়ে কলা পতাকা দেখুওৱাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । আৰক্ষীয়ে খেদি খেদি প্ৰহাৰ কৰিলে প্ৰতিবাদকাৰী আছু কৰ্মীক ৷

নলবাৰী
নলবাৰীত উত্তপ্ত পৰিস্থিতি, কলা পতাকা প্ৰদৰ্শন মুখ্যমন্ত্ৰীক
author img

By

Published : Jan 1, 2020, 10:43 PM IST

নলবাৰী, 1 জানুৱাৰীঃ নলবাৰীৰ উলুবাৰীৰ দাহুদীত উত্তপ্ত পৰিস্থিতি । নলবাৰী চামতা পথেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সৰ্থেবাৰীলৈ গৈ থকা অৱস্থাত শতাধিক আছু কৰ্মীয়ে কলা পতাকা দেখুওৱাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । আৰক্ষীয়ে খেদি খেদি প্ৰহাৰ কৰিলে প্ৰতিবাদকাৰী আছু কৰ্মীক । প্ৰহাৰক লৈ আছু আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডা । আৰক্ষীয়ে আছু কৰ্মীক প্ৰহাৰ কৰাৰ প্ৰতিবাদত প্ৰতিবাদকাৰীয়ে ৰাজপথ অৱৰোধ কৰি উত্তপ্ত কৰি তোলে পৰিৱেশ ।

নলবাৰীত উত্তপ্ত পৰিস্থিতি, কলা পতাকা প্ৰদৰ্শন মুখ্যমন্ত্ৰীক

ইফালে, নৱবৰ্ষৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীক প্ৰদৰ্শন কৰিলে কলা পতাকা । সৰ্থেবাৰী নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত যোৱা পথত নলবাৰীৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰী প্ৰদৰ্শন কৰিলে কলা পতাকা । আৰক্ষীয়ে আটক কৰিলে যুৱ ছাত্ৰ পৰিষদৰ দুজন সদস্যক । নলবাৰী চামতা সৰ্থেবাৰীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ।

আৰু পঢ়কঃ প্লাষ্টিকমুক্ত পৃথিৱীৰ প্ৰত্যাশাৰে সংকল্পবদ্ধ এদল যুৱক-যুৱতী

Intro:নলবাৰীত উত্তপ্ত পৰিস্থিতি।Body:নলবাৰীৰ উলুবাৰীৰ দাহুদীত উত্তপ্ত পৰিস্থিতি ।নলবাৰী চামতা পথেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সৰ্থেবাৰীলৈ গৈ থকা অৱস্থাত শতাধিক আছু কৰ্মীয়ে কলা পতাকা দেখুওৱাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ।আৰক্ষীয়ে খেদি খেদি প্ৰহাৰ কৰিলে প্ৰতিবাদকাৰী আছু কৰ্মীক ।প্ৰহাৰক লৈ আছু আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডা ।আৰক্ষীয়ে আছু কৰ্মীক প্ৰহাৰ কৰাৰ প্ৰতিবাদত প্ৰতিবাদকাৰীয়ে ৰাজপথ অৱৰোধ কৰি উত্তপ্ত কৰি তোলে পৰিৱেশ ।Conclusion:ইফালে

নৱবৰ্ষৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীক প্ৰদৰ্শন কৰিলে কলা পতাকা । সৰ্থেবাৰী ন সত্ৰ কৃষ্ণ গুৰু সেৱা শ্ৰমত যোৱা পথত নলবাৰীৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰী প্ৰদৰ্শন কৰিলে কলা পতাকা । আৰক্ষীয়ে আটক কৰিলে যুৱ ছাত্ৰ পৰিষদৰ দুজন সদস্যক । নলবাৰী চামতা সৰ্থেবাৰীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.