নলবাৰী, 21 এপ্ৰিলঃ "অসম চৰকাৰৰ পইচাৰ বানপানী আছে । ৰাজ্যত তীব্ৰতৰ হ'ব উন্নয়ন ।" এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ । দেওবাৰে ধৰ্মপুৰ সমষ্টিৰ নতুন দেহৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । লগতে কয়, কংগ্ৰেছে অসমীয়া মুছলমানক মানুহ বুলি গণ্য নকৰে । কংগ্ৰেছ আৰু আজমল এফালে আৰু আনফালে অসমৰ খিলঞ্জীয়া । নিৰ্বাচনৰ অন্তিম দিনটোত মিত্ৰজোঁট প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হকে নিৰ্বাচনী প্ৰচাৰ চলায় এই মন্তব্য কৰে পাটোৱাৰীয়ে ।
অসম চৰকাৰৰ পইচাৰ বানপানী আছেঃ চন্দ্ৰমোহন পাটোৱাৰী - assam news
কংগ্ৰেছে অসমীয়া মুছলমানক মানুহ বুলি গণ্য নকৰে । কংগ্ৰেছ আৰু আজমল এফালে আৰু আনফালে অসমৰ খিলঞ্জীয়া । নিৰ্বাচনৰ অন্তিম দিনটোত মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হকে নিৰ্বাচনী প্ৰচাৰ চলায় এই মন্তব্য কৰে পাটোৱাৰীয়ে ৷