নলবাৰী, 17 জুলাইঃ আজিকোপতি সমষ্টিৰ বানাক্ৰান্ত সকলৰ খবৰ ল'বলৈ আহৰি নাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। বৰ্তমানেও স্বাভাৱিক অৱস্থালৈ অহা নাই নলবাৰী জিলাৰ বান পৰিস্থিতি ৷ জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে বৰ্তমানেও বানত প্লাৱিতশোলমাৰা,শুকেকুছিবাসী ৷ ফলত অনাহাৰে দিন কটাইছে বানাক্ৰান্তসকলে ৷ এই পৰ্যন্ত বছৰটোত ছয়বাৰকৈ বানে জুৰুলা কৰা সমষ্টিবাসীৰ কাষত কিন্তু এবাৰলৈ থিয় নহ'ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ এই সন্দৰ্ভত সংবাদ দাতাৰ এক প্ৰতিবেদন...
আজিও স্বাভাৱিক অৱস্থালৈ অহা নাই নলবাৰীৰ বান পৰিস্থিতি
অনাহাৰে দিন কটাইছে বানাক্ৰান্তসকলে ৷ এই পৰ্যন্ত বছৰটোত ছয়বাৰকৈ বানে জুৰুলা কৰা সমষ্টিবাসীৰ কাষত কিন্তু এবাৰলৈ থিয় নহ'ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷
নলবাৰীৰ বান পৰিস্থিতি