ETV Bharat / state

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ - গোৱালপাৰাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

CAA PROTEST AT NALBARI
গোৱালপাৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Jan 6, 2020, 3:13 PM IST

Updated : Jan 6, 2020, 3:39 PM IST

14:14 January 06

গোৱালপাৰাতো শ্ৰমিক ইউনিয়ন আৰু কৰ্মচাৰী পৰিষদৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ লগতে দেওবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত গুণ্ডাবাহিনীয়ে কৰা আক্ৰমণৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে ৷

গোৱালপাৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

গোৱালপাৰা,6 জানুৱাৰীঃ গোৱালপাৰাতো শ্ৰমিক ইউনিয়ন আৰু কৰ্মচাৰী পৰিষদৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ লগতে দেওবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত গুণ্ডাবাহিনীয়ে কৰা আক্ৰমণৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে ৷ গোৱালপাৰা জিলা চিপিএম কাৰ্যলয়ৰ পৰা উলিওৱা এই সমদলটোৱে আইনখন বাতিল আৰ,জেএনইউৰ আক্ৰমণকাৰীক কঠোৰ শাস্তি প্ৰদান আৰু আঁচনিভুক্ত কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত এই সমদল উলিওৱা হয় ৷ 

Intro:নলবাৰীত আছুৰ গণ অনশন

Body:

জাতিধ্বংসী নাগৰিকত্ব(সংশোধনী) আইন বাতিলৰ দাবীত আৰু নলবাৰীত গণতান্ত্ৰিক ভাবে আন্দোলন কৰা আছু কৰ্মী,ৰাইজৰ ওপৰত আৰক্ষীয়ে কৰা বৰ্বৰ আক্ৰমণ ,লগতে
সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ প্ৰতিবাদত আজি নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াৰ নাট্য মন্দিৰ প্ৰাংগণত ১০ ঘন্টা জোৰা গণ অনশন কাৰ্যসূচী ৰূপায়িত হয়।এই কাৰ্যসূচীত শিক্ষক,কৰ্মচাৰী,জ্যেষ্ঠ নাগৰিক,সাংবাদিক,বিভিন্ন দল-সংগঠন আৰু ৰাইজে অংশ গ্ৰহণ কৰে।Conclusion:Byte ভৱজিৎ বেজবৰুৱা,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ ক

কৈলাস ডেকা, নলবাৰী।
Last Updated : Jan 6, 2020, 3:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.