ETV Bharat / state

নলবাৰীত চণ্ডীযজ্ঞত অংশগ্ৰহণ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ

author img

By

Published : Feb 9, 2020, 11:20 PM IST

নলবাৰীৰ খুদীয়াস্থিত তান্ত্ৰিক ৰাজীৱ গোস্বামীৰ দ্বাৰা পৰিচালিত মা মহাকালী আশ্ৰমৰ চণ্ডীযজ্ঞত দেওবাৰে অংশ লয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ আগন্তুক বিটিচি নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ বাবে মা কালীৰ ওচৰত প্ৰাৰ্থনা জনায় ৰাজনৈতিক নেতাগৰাকীয়ে ৷

BTC chief Hagrama Mahilary at nalbari
মহাকালী আশ্ৰমত বিটিচি প্ৰধান

নলবাৰী,9 ফেব্ৰুৱাৰীঃ নলবাৰীৰ খুদীয়াস্থিত তান্ত্ৰিক ৰাজীৱ গোস্বামীৰ দ্বাৰা পৰিচালিত মা মহাকালী আশ্ৰমৰ চণ্ডীযজ্ঞত দেওবাৰে অংশ লয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ আগন্তুক বিটিচি নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ বাবে মা কালীৰ ওচৰত প্ৰাৰ্থনা জনায় ৰাজনৈতিক নেতাগৰাকীয়ে ৷

মহাকালী আশ্ৰমত বিটিচি প্ৰধান

সকলোৰে মংগল কামনা কৰি মহিলাৰীয়ে কয় যে,এবছুই পূৰ্বতে যথেষ্ট আসনৰ দাবী কৰাৰ ফলস্বৰূপে শান্তি চুক্তি স্বাক্ষৰিত হোৱাত বাধাৰ সৃষ্টি হৈছিল ৷ কিন্ত সম্প্ৰতি এবছুই বিচাৰিলে মিত্ৰতা কৰাৰ পক্ষপাতী বুলি বিটিচি প্ৰধানজনে প্ৰকাশ কৰে ৷ তদুপৰি পৰৱৰ্তী নিৰ্বাচনত বিজেপিক বি টি এ ডি-ৰ কেইবাখনো আসন এৰি দিয়া হ’ব বুলি ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

লগতে চাওকঃমাঘী পূৰ্ণিমা উপলক্ষে গোৱালপাৰাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Intro:##এবছুই বিচাৰিলে মিত্ৰতা হব ৷ ##Body:
##বিজেপি আমাৰ লগতে থাকিব ৷## ##আবছুই বুজাবুজিত যথেষ্ট আসনৰ দাবী কৰে সেয়েহে পুৰ্বতে হোৱা নাছিল ৷ ##
##বিজেপিক এইবাৰ বিটিএডিৰ আগন্তুক নিৰ্বাচনত এৰি দিয়া হব কেবাখনো আসন ৷ ##
এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ আজি নলবাৰীৰ খুদিয়াস্হিত তান্ত্ৰিক ৰাজীৱ গোস্বামীৰ মা মহা কালী আশ্ৰমৰ চন্ডী যজ্ঞত অংশ লৈ এনেদৰে কয় বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে ৷ তেও আগন্তুক বিটিচি নিৰ্বাচন শান্তিপুৰ্ন হোৱাৰ বাবে মা কালীৰ ওচৰত প্ৰাৰ্থনা জনায়৷সকলো জাতি জন গোষ্ঠীৰ তেও মংগল কামনাও কৰে ৷Conclusion:বাইট হাগ্ৰামা মহিলাৰী।

কৈলাস ডেকা, নলবাৰী।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.