ETV Bharat / state

Youth died in Bol Bom : ব'ল ব'মলৈ পানী তুলিবলৈ গৈ মধুৰ মৃত্যু

"অ' মোৰ কলিজা ঘূৰি আহ" ! নলবাৰী জিলাত পৰিয়াল আৰু বন্ধুবৰ্গৰে সৈতে ব'ল ব'মল গৈ মৃত্যুক আঁকোৱালি লোৱা মধুক সুঁৱৰি মাতৃৰ হিয়া ভগা কান্দোন (Youth died in Bol Bom)৷

author img

By

Published : Jul 26, 2022, 7:41 PM IST

Bol Bom incident
ব'ল ব'মলৈ পানী তুলিবলৈ গৈ মধুৰ মৃত্যু

নলবাৰী, 26 জুলাই : ব'ল ব'মলৈ গৈ ঘৰলৈ ঘূৰি নাহিল মধু (Bol Bom Incident in Nalbari)৷ এতিয়া শাওণ মাহ ৷ ৰাজ্যজুৰি পবিত্ৰ শাওণ মাহত পালন কৰা হৈছে ব’ল ব’ম ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভক্তসকলে ব'ল ব'মলৈ যোৱাৰ মাজতে নলবাৰীত সংঘটিত হয় অঘটন (Youth died in Bol Bom) ৷ যোৱা দেওবাৰে নলবাৰী জিলাত পৰিয়াল আৰু বন্ধুবৰ্গৰে সৈতে ব'ল ব'মল গৈ পাগলাদিয়া নদীত পানী তুলিবলৈ গৈছিল মধু দাস নামৰ 18 বছৰীয় নামৰ যুৱকজন (18 year old boy body rescued in Pagladia river)৷

তাৰ পিছৰতে নদীত পানী তোলাৰ পূৰ্বে গা ধুবলৈ মধুৱে (Modhu Das body rescued)৷ কিন্তু দুৰ্ভাগ্যৱশতঃ পাগলাদিয়া নৈৰ কোবাল সোঁতত উটি গ'ল মধু ৷ নৈৰ বুকুত নিখোঁজ হৈ পৰা মধুক বিচাৰি নলবাৰী আৰক্ষী (Nalbari Police) আৰু এছ ডি আৰ এফৰ (SDRF) বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল ৷ অৱশেষত দুদিনৰ পিছত উদ্ধাৰকাৰী দলে মঙলবাৰে পুৱা পাগলাদিয়াৰ বুকুৰ পৰা উদ্ধাৰ কৰে মধুৰ মৃতদেহ ৷

ব'ল ব'মলৈ পানী তুলিবলৈ গৈ মধুৰ মৃত্যু

ইতিমধ্যে আৰক্ষী আৰু এছ ডি আৰ এফৰ বাহিনীয়ে মধুৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ল প্ৰেৰণ কৰিছে ।

মধু দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পৰিয়ালৰ মাজত হাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ মৰমৰ পুত্ৰ, ভআতৃ মধুক হেৰুৱাই কান্দোনত ভাগি পৰে মধুৰ পৰিয়াল ৷ "অ' মোৰ কলিজা", "মোৰ সোণ ঘূৰি আহ" বুলি কান্দোনত ভাগি পৰে মধুৰ মাতৃ ৷ মধুৰ অকাল মৃত্যুত এতিয়া অঞ্চলটোত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে ৷

লগতে পঢ়ক : Suicide at Barsala: বিহপান কৰি আত্মহত্যা নৱম শ্ৰেণীৰ ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.