ETV Bharat / state

বৰক্ষেত্ৰী সমষ্টিৰ চৰ অঞ্চলত উন্নয়নৰ নামত কি চলিছে ?

চৰকাৰে চৰ চাপৰিত বাস কৰা লোকৰ বাবে যথেষ্ট সংখ্যক আঁচনি গ্ৰহণ কৰিছে যদিও আমাৰ কেমেৰাত দেখা পোৱা নগ’ল উন্নয়নৰ প্ৰকৃত ছবি। বৰক্ষেত্ৰী সমষ্টিৰ চৰ অঞ্চলৰ প্ৰকৃত উন্নয়নক লৈ আমাৰ এক প্ৰতিবেদন ৷

barperta chor chapori devlopment  gorund zero reprot
বৰক্ষেত্ৰী সমষ্টিৰ চৰ অঞ্চলৰ প্ৰকৃত উন্নয়নক লৈ আমাৰ এক প্ৰতিবেদন
author img

By

Published : Oct 11, 2020, 11:22 AM IST

নলবাৰী,11 অক্টোবৰঃ উন্নয়নে ঢুকি পোৱা নাই বৰক্ষেত্ৰী অঞ্চলৰ চৰ অঞ্চলসমূহ। বছৰ বছৰ ধৰি এই চৰ চাপৰিত লোকসকলে বাস কৰি আহিছে যদিও কোনো উন্নয়ন মূলক আঁচনিয়ে ঢুকি পোৱা নাই এইসকল লোকক। চৰকাৰে চৰ চাপৰিত বাস কৰা লোকৰ বাবে যথেষ্ট সংখ্যক আঁচনি গ্ৰহণ কৰিছে যদিও আমাৰ কেমেৰাত দেখা পোৱা নগল উন্নয়নৰ প্ৰকৃত ছবি। অতি শোচনীয় পথেৰে আহ যাহ কৰাৰ উপৰিও টুলুঙা নাও ব্যৱহাৰ জড়িয়তে হয় ইপাৰ সিপাৰ ।

বৰক্ষেত্ৰী সমষ্টিৰ চৰ অঞ্চলৰ প্ৰকৃত উন্নয়নক লৈ আমাৰ এক প্ৰতিবেদন

আমি ইটিভি ভাৰতে দেখুৱাবলৈ চেষ্টা কৰিছিলো নলবাৰীৰ ভাংনামাৰী চৰৰ দুৰ্দশাগ্ৰস্ত জীৱন। নাওৰে যাত্ৰা কৰি তাত উপস্থিত হৈ দেখিছিলো কেৱল উন্নয়নৰ নামত লুন্ঠনৰাজ। স্থানীয় লোক সকলৰ অভিযোগ, জনপ্ৰতিনিধিকে ধৰি চৰকাৰী বিষয়া, ঠিকাদাৰ সকলোৱে আঁচনি ৰূপায়নৰ নামত সমুদায় ধন কেৱল লুটি পুতিহে খাই আহিছে ৷

লগতে পঢ়কঃ SI কাণ্ডৰ সৈতেও জড়িত বৰপেটাত গ্ৰেপ্তাৰ হোৱা ৰেলৱে কৰ্মচাৰী দেৱৰাজ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.