ETV Bharat / state

নলবাৰীত বাঘৰ আতংক - Nalbari

ইতিমধ্যে ঘটনাস্থলীত বন বিভাগ-আৰক্ষী উপস্থিত হৈ উক্ত বাঘটোৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে

নলবাৰীত বাঘৰ আতংক
author img

By

Published : May 3, 2019, 3:11 PM IST

নলবাৰী,৩ মেঃ নলবাৰীৰ বাহজানিত বাঘৰ আতংক। এসপ্তাহ ধৰি বিচৰণ কৰি আছিল বাঘটোৱে ৷

নলবাৰীৰ প্ৰাক্তন নিৰ্বাচনী আযুক্ত চি কে শৰ্মাৰ বাস গৃহৰ পিছফালে স্থানীয় ৰাইজে আজি প্ৰত্যক্ষ কৰে বাঘটো ৷ লগে লগে গাওঁখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। ঘটনাটো স্থানীয় ৰাইজে বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়াত, বন বিভাগৰ লোক উপস্থিত হয় যদিও বাঘটো আবদ্ধ কৰিব পৰা নাই এই মূহুৰ্তলৈকে। ইতিমধ্যে বন বিভাগে উক্ত বাঘটোৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে।

অধিক পঢ়িবলৈ-আমচাং বনাঞ্চলৰ পৰা জনাঞ্চললৈ কিয় আহে বনৰীয়া জীৱজন্তু?

Intro:Body:

Tigar at Bahjani

3May19

Story FTP

OC  :-   নলবাৰীৰ বাহজানীত ওলাইছে বাঘ  । বিগত এসপ্তাহে স্থানীয়  লোকে শুনিছে বাঘৰ গোঁজৰণি । সম্প্ৰতি   বাঘৰ আতংক আতংকিত গঞা । আজি পুৱা  স্থানীয়  লোকে  প্ৰত্যক্ষ  কৰে এটা বাঘ ।   প্ৰাক্তন নিৰ্বাচনী আযুক্ত চি কে শৰ্মাৰ বাস গৃহৰ পিছফালে স্হানীয় ৰাইজে বাঘ এটা প্ৰত্যক্ষ কৰে ৷ লাগে লগে গাওখনত এক আতঙ্কময় পৰিবেশৰ সৃষ্টি  হয়  ।উল্লেখযোগ্য যে স্থানীয় এজন লোকে পুখুৰীত কাম কৰি থকাতো বাঘৰ গোজৰণী শুনাৰ লগতে বাঘ দেখিবলৈ পায়।আনহাতে বাঘ দেখাৰ পিছত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয়  য়দিও বাঘ হয় নে নিশ্চিত হোৱা নাই।মাত্ৰ কেইটামান খোজৰ চিহ্ন দেখিবলৈ পায় যদিও বাঘৰ  হয়নে নিশ্চিত হোৱা নাই।তথাপি ও বাঘ ওলোৱা খৱৰ বিয়পি পৰাৰ লগে লগে অঞ্চল টোৰ ৰাইজ ভীতিগ্রস্থ হৈ পৰিছে।

কৈলাস ডেকা, নলবাৰী।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.