ETV Bharat / state

ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা নিবনুৱা যুৱক-যুৱতীৰ - ভেকোভাওনা

প্ৰশ্ন কাকত ফাদিল,পৰীক্ষা বাতিল অসম আৰক্ষী উপ-পৰিদৰ্শক পদৰ ৷ পৰিবৰ্তনকামী চৰকাৰ খনৰ দিনতে ৰাজ্য চৰকাৰ খনে নিবনুৱাক সংস্থাপন দিয়াৰ নামত ভেকোভাওনা কৰাহে পৰিলক্ষিত হৈছে ৷ জলসিঞ্চন, বিদ্যুৎ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, কৃষি বিভাগ, অসম আৰক্ষীৰ আদি বিভিন্ন পৰীক্ষা পাতি সুচাৰুৰূপে অনুষ্ঠিত কৰিব পৰা নাই সকলোতে কেলেংকাৰি অভিযোগ ৷ কৰবাত প্ৰশ্ন কাকত বাতিল মুঠতে ব্যৰ্থ ৰাজ্য চৰকাৰ ৷ এই দৰে ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা গ’ল ৰাজ্যৰ লাখ লাখ নিবনুৱা তথা পৰীক্ষা দিবলৈ অহা চাকৰি প্ৰাৰ্থী সকলে ৷

assam police SI exam postponde paper out , criticse student govmenrment
ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা নিবনুৱা যুৱক-যুৱতীৰ
author img

By

Published : Sep 20, 2020, 7:40 PM IST

নলবাৰী, 20 ছেপ্তেম্বৰঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে এচাম দালালে সংবাদ মাধ্যমৰ বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ সময়তে পুনৰ আন এক বিতৰ্কত সোমাই পৰিছে অসম আৰক্ষী । উল্লেখ্যযোগ্য যে, দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা আৰম্ভ হোৱাৰ পিছতে প্ৰশ্ন কাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷

ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা নিবনুৱা যুৱক-যুৱতীৰ

ইপিনে পৰীক্ষা অনুষ্ঠিত হোৱা প্ৰায় 40 মিনিট পিছতে পৰীক্ষা বাতিল হোৱাক কেন্দ্ৰ কৰি পুনৰ চৰ্চালৈ আহে অসম আৰক্ষী। সমগ্ৰ ঘটনাক কেন্দ্ৰকৰি নলবাৰী কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ পৰা উভতি যোৱা সহস্ৰাধিক ছাত্র ছাত্ৰী অসম আৰক্ষী আৰু চৰকাৰ গৃহ বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা গ’ল ৷

লগতে পঢ়কঃ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে DCP ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.