নলবাৰী, 2 মেঃ নলবাৰী বৰঝাৰৰ উদ্যোমী মহিলা কণিকা তালুকদাৰে বৃহস্পতিবাৰে বজাৰত বিক্ৰীৰ বাবে মুকলি কৰে কেঁচুসাৰ। বৃহস্পতিবাৰে কণিকা তালুকদাৰৰ নিজ গৃহত শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰক্ষ্ম,নলবাৰী কৃষি বিজ্ঞান আৰু পশু চিকিৎসা বিজ্ঞানৰ বৈজ্ঞানিক আৰফান আলী, মীন বিভাগৰ বৈজ্ঞানিক অংকুৰ ৰাজবংশী আৰু গৃহস্থ বিজ্ঞানৰ নাচিমা ফাৰাহানা আলি। আনহাতে 2014 চনৰ পৰা এইগৰাকী মহিলাই কেচুসাৰ উৎপন্ন কৰি ভূমিৰ উৰ্বৰ শক্তি বৃদ্ধি কৰি আহিছে। শেহতীয়াভাৱে মহিলা গৰাকীয়ে কেচুসাৰ বিক্ৰীৰ জৰিয়তে বজাৰ দখল কৰিবলৈ পণ গ্ৰহণ কৰিছে।
নলবাৰীৰ বজাৰত মুকলি কেচুসাৰ - অসম নিউজ
বৃহস্পতিবাৰে কণিকা তালুকদাৰৰ নিজ গৃহত শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰক্ষ্ম,নলবাৰী কৃষি বিজ্ঞান আৰু পশু চিকিৎসা বিজ্ঞানৰ বৈজ্ঞানিক আৰফান আলী, মীন বিভাগৰ বৈজ্ঞানিক অংকুৰ ৰাজবংশী আৰু গৃহস্থ বিজ্ঞানৰ নাচিমা ফাৰাহানা আলি
![নলবাৰীৰ বজাৰত মুকলি কেচুসাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3170606-652-3170606-1556809129485.jpg?imwidth=3840)