ETV Bharat / state

নলবাৰীৰ বজাৰত মুকলি কেচুসাৰ

বৃহস্পতিবাৰে কণিকা তালুকদাৰৰ নিজ গৃহত শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰক্ষ্ম,নলবাৰী কৃষি বিজ্ঞান আৰু পশু চিকিৎসা বিজ্ঞানৰ বৈজ্ঞানিক আৰফান আলী, মীন বিভাগৰ বৈজ্ঞানিক অংকুৰ ৰাজবংশী আৰু গৃহস্থ বিজ্ঞানৰ নাচিমা ফাৰাহানা আলি

নলবাৰী বজাৰত মুকলি কেচুসাৰ
author img

By

Published : May 2, 2019, 10:23 PM IST

নলবাৰী, 2 মেঃ নলবাৰী বৰঝাৰৰ উদ্যোমী মহিলা কণিকা তালুকদাৰে বৃহস্পতিবাৰে বজাৰত বিক্ৰীৰ বাবে মুকলি কৰে কেঁচুসাৰ। বৃহস্পতিবাৰে কণিকা তালুকদাৰৰ নিজ গৃহত শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰক্ষ্ম,নলবাৰী কৃষি বিজ্ঞান আৰু পশু চিকিৎসা বিজ্ঞানৰ বৈজ্ঞানিক আৰফান আলী, মীন বিভাগৰ বৈজ্ঞানিক অংকুৰ ৰাজবংশী আৰু গৃহস্থ বিজ্ঞানৰ নাচিমা ফাৰাহানা আলি। আনহাতে 2014 চনৰ পৰা এইগৰাকী মহিলাই কেচুসাৰ উৎপন্ন কৰি ভূমিৰ উৰ্বৰ শক্তি বৃদ্ধি কৰি আহিছে। শেহতীয়াভাৱে মহিলা গৰাকীয়ে কেচুসাৰ বিক্ৰীৰ জৰিয়তে বজাৰ দখল কৰিবলৈ পণ গ্ৰহণ কৰিছে।

Slug Kesusar Product
2may19
FTP

নলবাৰীত  বৰঝাৰত বিক্ৰীৰ বাবে  বজাৰত কেচুসাৰ মুকলি।

OCVO = নলবাৰী  বৰঝাৰৰ উদ্যোমী মহিলা কণিকা তালুকদাৰে আজি বজাৰত বিক্ৰীৰ বাবে  মুকলি  কৰে  কেঁচুসাৰ।নিজৰ  একক প্ৰচেষ্টাত কেচুসাৰ পেকেটিং কৰিবলৈ আজি শুভাৰম্ভণি কৰা  হয়।উল্লেখযোগ্য যে আজি কণিকা তালুকদাৰৰ নিজ গৃহত এই শুভাৰম্ভ ণি অনুষ্ঠানত উপস্থিত থাকে বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰক্ষ্ম ৰ লগতে নলবাৰী কৃষি বিজ্ঞানৰ পশু চিকিৎসা বিজ্ঞানৰ বৈজ্ঞানিক আৰফান আলী, মীন বিভাগৰ বৈজ্ঞানিক অংকুৰ ৰাজবংশী আৰু গৃহস্থ বিজ্ঞানৰ নাচিমা ফাৰাহানা আলি ।আনহাতে 2016 চনৰ পৰা এইগৰাকী মহিলাই এই কেচুসাৰ উৎপন্ন কৰি  ভুমিৰ  উৰ্বৰ শক্তি বৃদ্ধি কৰি আহিছে। শেহতীয়া ভাবে মহিলা গৰাকীয়ে এই কেচুসা বিক্ৰীৰ জৰিয়তে বজাৰ দখল কৰিবলৈ পন গ্ৰহণ কৰিছে।

বাইট মনেশ্বৰ ব্ৰহ্ম,বিধায়ক।বৰমা সমষ্টি।
বাইট কণিকা তালুকদাৰ।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.