ETV Bharat / state

নলবাৰীত বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী - নলবাৰী

বানাক্ৰান্ত লোকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

নলবাৰীত বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী
author img

By

Published : Jul 15, 2019, 5:13 PM IST

নলবাৰী,15 জুলাইঃ ৰাজ্যজুৰি বানে সৃষ্টি কৰা তাণ্ডৱৰ মাজতে সোমবাৰে বানপীড়িতৰ অৱস্থাৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ নলবাৰীৰ সৰিয়হতলীৰ বালভৱন হাইস্কুলত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে সোণোৱালে ৷ বানাক্ৰান্ত লোকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

নলবাৰীত বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী

ইপিনে কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া বুলি কৈ মঙলবাৰে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে অসম ভ্ৰমণত আহিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সাংসদ তপন গগৈ, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, মন্ত্ৰী ভৱেশ কলিতা, বিধায়ক নাৰায়ণ ডেকা আৰু অশোক শৰ্মাই আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ৷

Intro:নলবাৰীত মুখ্যমন্ত্ৰী সোণোৱালBody:নলবাৰীত বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী সোণোৱাল।বুজ ললে বানপিড়ীতৰ।পৰিদৰ্শন কৰিলে আশ্ৰয় শিবিৰ।চৰকাৰে সকলো প্ৰকাৰে বানাক্ৰান্ত ক সহযোগ কৰাৰ আশ্বাস।উল্লেখযোগ্য যে নলবাৰী সৰিয়হতলীৰ বালভবন হাইস্কুল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।ৰাজ্যেত ভয়াবহ ৰূপ লোৱা সংহাৰী বানত ককবকোৱা প্ৰতিগৰাকী বানাক্ৰান্তক চৰকাৰে সহায়ৰ হাত আগবঢ়োৱাৰ কথা উল্লেখ কৰে আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি আনকি অসমৰ বান সমস্যাক কেন্দ্রীয় চৰকাৰে বিশেষ গুৰুত্ব দিয়া বুলি উল্লেখ মুখ্য মন্ত্ৰী গৰাকীয়ে।আজি মুখ্যমন্ত্ৰী গৰাকীয়ে নলবাৰীলৈ বান পৰিস্থিতিৰ বুজ লবলৈ আহি থকা অবস্থাত খোদ দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰীলৈ টেলিফোন কৰি বান পৰিস্থিতিৰ খবৰ লোৱাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।নলবাৰী জিলাৰ বালভন হাইস্কুল আশ্ৰয় শিৱিৰৰ বানাক্ৰান্ত সকলৰ সৈতে বাৰ্তালাপ কৰাৰ পিছতে জিলাখনৰ কেইবাটাও বানপিড়ীত অঞ্চলৰ বুজ লোৱাৰ লগতে সৰ্থেবাৰী-বৰপেটা আদিতো বানাক্ৰান্তৰ বুজ লব।মুখ্যমন্ত্ৰীৰ লগত বানাক্ৰান্তৰ কাষত উপস্থিত হয় মন্ত্ৰী তপন গগৈ, ভৱেশ কলিতা,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেষ গোস্বামী ,বিধায়ক নাৰায়ণ ডেকা আৰু অশোক শৰ্মাই ।কোঠাই কোঠাই গৈ বানাক্ৰান্ত ৰ বুজ ললে মুখ্যমন্ত্ৰী গৰাকীয়ে।

বাইট মুখ্যমন্ত্ৰী।Conclusion:
ডেস্ক অতিৰিক্ত ভাবে এইটো slug ত বাইট পঠোৱা হৈছে। as_nlb_15july_07_Flood_With_Dl_v4_as10004

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.