ETV Bharat / state

নলবাৰীত পথ দুৰ্ঘটনাত আহত চাৰি

author img

By

Published : Nov 16, 2020, 7:34 AM IST

নলবাৰীৰ জয়মংলাত বাইক আৰু অ'টো ভেনৰ মাজত সংঘৰ্ষৰ ফলত আঘাতপ্ৰাপ্ত চাৰি ব্যক্তি ৷

accident-at-nalbari
নলবাৰীত পথ দুৰ্ঘটনাত আহত চাৰি

নলবাৰী, 16 নৱেম্বৰ : নলবাৰীৰ জয়মংলাত বাইক আৰু অ'টো ভেনৰ মাজত সংঘৰ্ষৰ ফলত আঘাতপ্ৰাপ্ত চাৰি ব্যক্তি ৷ তিনি মৎস্য ব্যৱসায়ীয়ে অ'টো ভেনেৰে পকোৱাৰ পৰা মাছ মাৰি ঘৰ অভিমুখে গৈ থকা অৱস্থাত বাইক আৰোহীজনৰ সৈতে দুৰ্ঘটনাত পতিত হয় ।

আহত ব্যক্তিকেইগৰাকী হৈছে ক্ৰমে বৰ্ণিবাৰীৰ ৰাম দাস (50), সন্ধাৰ হিৰেণ বৈশ্য (32), পাইকাৰকুছিৰ বিপুল বৰ্মন (52) আৰু আদাবাৰীৰ বাইক আৰোহী হুচেইন আলী (35) । ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ আহত ব্যক্তিকেইগৰাকীক নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : কাৰ্বি আংলং জিলাৰ মাঞ্জা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.