ETV Bharat / state

নলবাৰীত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 1

author img

By

Published : Jun 24, 2019, 10:59 PM IST

দুৰ্ঘটনাত নিহত চিআৰপিএফৰ অৱসৰপ্ৰাপ্ত জোৱান

নলবাৰীত সংঘটিত শোকাৱহ দুৰ্ঘটনা

নলবাৰী, 24 জুনঃ নলবাৰীৰ জাজিয়াবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা ৷ দ্ৰুতবেগী চুইফট ডিজায়াৰে মহতিয়াই লৈ যায় এজন ব্যক্তিক ৷ প্ৰায় এঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাই পথত চটফটাই থাকি মৃত্যুক সাৱটি ল’লে ব্যক্তিজনে ৷ নিহত হোৱা ব্যক্তিগৰাকী পাইকাৰকুছিৰ লাৱণ্য বৰ্মণ বুলি চিনাক্ত কৰা হৈছে ৷

নলবাৰীত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 1

আনহাতে, 108 নম্বৰ এম্বুলেঞ্চ সময়মতে আহি নোপোৱাৰ বাবে কৰুণ মৃত্যুক সাৱটি লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ চিআৰপিএফৰ অৱসৰপ্ৰাপ্ত জোৱান লাৱণ্য বৰ্মণে চাইকেলেৰে ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ঘটনা ৷

Slug=one Dead...24Jun...
Story ftp

Anchor :- কিলাৰ  হাইৱেত পৰিণত হৈছে  31 নং ৰাষ্ট্ৰীয় ঘাইপথ । 31 নং ৰাষ্ট্ৰীয় ঘাই পথৰ  নলবাৰীত সঘনাই  সংঘটিত  হব  ধৰিছে পথ দুৰ্ঘটনা । দৈনিক  মৃত্যু  হৈছে  পথচাৰীৰ ।পুনৰ নলবাৰীৰ  জাজিয়াবাৰীত  সংঘটিত  হল  শোকাবহ পথ দুৰ্ঘটনা ।  নলবাৰীৰ  জাজীয়াবাৰীত  দ্ৰুতবেগী  চুইফট  ডিজিয়াৰে মহতীয়াই লৈ যায়  এজন লোক । প্ৰায়  এঘন্টা  ধৰি ৰাষ্ট্ৰীয় ঘাই পথত চটফটাই  থাকি মৃত্যু  বৰণ কৰিলে লোকজনে । লোক জন পাইকাৰকুছিৰ লাবন্য বৰ্মন  বুলি চিনাক্ত কৰা হৈছে । 108 সেৱা সময়মতে আহি নোপোৱা বাবেই  লোক জনে কৰুণ ভাবে মৃত্যুক সাবতিলে  বুলি অভিযোগ  উত্থাপন হৈছে । চিআৰপিএফৰ অৱসৰী জোৱান লাবন্য বৰ্মনে চাইকেলেৰে ঘৰ অভিমুখে  গৈ আছিল ।  দ্ৰুতবেগী  চুইফট ডিজিয়াৰৰ খুন্দাত  এইদৰে লোক জনে কৰুণ ভাবে মৃত্যুক  আকোৱালি  লব লগা হোৱাত ক্ষোভৰ সৃষ্টি  হয়।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.