ETV Bharat / state

NRCৰ নথি পত্ৰ যোগান ধৰি ৰঙাঘৰৰ আলহী বিদশী ন্যায়াধীকৰণৰ কৰ্মচাৰী

মৰিগাঁৱত এন আৰ চিৰ নথি পত্ৰ যোগান ধৰি ৰঙাঘৰৰ আলহী হ'ল বিদেশী ন্যায়াধিকৰণ কৰ্মচাৰী প্ৰণৱ ভট্টাচাৰ্য

author img

By

Published : Aug 8, 2019, 10:52 PM IST

এন আৰ চি নথি পত্ৰ যোগান ধৰি ৰঙাঘৰৰ আলহী হল বিদশী ন্যায়াধিকৰণ কৰ্মচাৰী

মৰিগাঁও,8 জুলাই : মৰিগাঁৱত এন আৰ চি নথি পত্ৰ যোগান ধৰি ৰঙাঘৰৰ আলহী হ'ল বিদেশী ন্যায়াধিকৰণ কৰ্মচাৰী। মৰিগাঁৱৰ ২নং বিদেশী ন্যায়ধীকৰণৰ কৰ্মচাৰী প্ৰণৱ ভট্টাচাৰ্যক সোধপোচৰ বাবে আটক কৰে মৰিগাঁও আৰক্ষীয়ে। উক্ত কৰ্মচাৰী জনৰ বিৰুদ্ধে জালিয়াতিৰে ভুৱা নাগৰিকত্বৰ প্ৰমাণ পত্ৰ সন্দেহযুক্ত নাগৰিকক এন.আৰ.চিত নাম অন্তভুক্তিৰ বাবে যোগান ধৰাৰ অভিযোগ ৷ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে যি সমূহ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি নাগৰিকত্বৰ প্ৰমাণ দিছিল সেই সমূহৰ ওপৰত বৰ্তমান তদন্ত চলি আছে ৷ অভিযোগ মতে বিদেশী ন্যায়ধীকৰণৰ সদস্যৰ চহীৰ পৰিৱৰ্তে চহী কৰিছিল উক্ত কৰ্মচাৰীজনে ৷ ইয়াৰ ভিত্তিতে প্ৰণৱ ভট্টাচাৰ্য নামৰ কৰ্মীজনক সোধপোচৰ কৰে মৰিগাঁও আৰক্ষীয়ে ৷

Intro:মৰিগাঁৱত এন আৰ চি নথি পত্ৰ যোগান ধৰি ৰঙাঘৰৰ আলহী হল বিদেশী ন্যায়াধিকৰণ কৰ্মচাৰীৰ প্ৰনৱ ভট্টাচাৰ্য ।Body:মৰিগাঁৱৰ ২ নং বিদেশী ন্যায়ধীকৰনৰ কৰ্মচাৰী প্রণৱ ভট্রাচাৰ্যক সোঁধপোচৰ বাবে আটক কৰে। উক্ত কৰ্মচাৰী জনৰ বিৰুদ্ধে জালিয়াতিৰে ভুৱাকে বিদেশী নোহোৱা প্রমাণ প্রত্র দিয়া অভিযোগ।ধনৰ বিনিময়ত কেইবাজনো লোকক বিদেশী নোহোৱা প্রমাণ প্রত্র যোগান ধৰিছিল।এই প্রমাণ পত্র এন.আৰ.চিত ব্যৱহাৰ কৰা হৈছিল।আৰক্ষী অধীক্ষকে জানিব দিয়া মতে যি সমূহ প্রমাণ প্রত্র বিদেশী নহয় বুলি দিছিল সেই সমূহ প্রকৃততে গোচৰ চলি আছে।আনহাতে বিদেশী ন্যায়ধীকৰণৰ মেম্বাৰৰ চহী পৰিৰ্বতে চহী কৰিছিল উক্ত কৰ্মচাৰী জনে।এই সন্দভত অভিযোগ কৰিছিল বহু কেইজনে ।তাৰ পিচতে প্রণৱ ভট্রাচাৰ্যক সোধপোচৰ বাবে মৰিগাঁও সদৰ থানালৈ লৈ আহে।bytes:public,complainer Conclusion:সম্প্ৰতি আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ।

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.