ETV Bharat / state

নলবাৰীত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ 6 ডকাইত - নলবাৰী চামতা-সৰ্থেবাৰী পথ

নলবাৰী চামতা-সৰ্থেবাৰী পথত সংঘটিত ডকাইতি কাণ্ডত জড়িত ছয় ডকাইতক গ্ৰেপ্তাৰ নলবাৰী আৰক্ষীৰ ৷

6 Robbers arrested at Nalbari
6 Robbers arrested at Nalbari
author img

By

Published : Aug 14, 2020, 5:48 PM IST

নলবাৰী,14 আগষ্ট: নলবাৰী আৰক্ষীৰ বৃহৎ সফলতা ৷ দহ আগষ্টত পিষ্টল দেখুৱাই ডকাইতি কাণ্ড সংঘটিত কৰা ছয় ডকাইত আৰক্ষীৰ জালত ৷ বেলশৰ আৰক্ষীয়ে তদন্ত চলাই আটক কৰে ডকাইতৰ দলটোক ।

নলবাৰীত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ 6 ডকাইত

গ্ৰেপ্তাৰ হোৱা ডকাইত কেইজন হৈছে ক্ৰমে সুতাৰকুছিৰ ৰাজীৱ কলিতা, প্ৰাণজিৎ দাস, জাহিদুল আলী, ছামাদুল আলী, অনিল দাস আৰু দীপাংকৰ বেজবৰুৱা । চাৰিজনীয়া ডকাইতৰ ধৃত দলটোৱে সন্ধিয়া সময়ত মুকালমুৱাৰ পৰা আহি থকা এখন মহেন্দ্ৰ পিক আপ ভেনৰ পৰা লুটি নিছিল 1 লাখ 46 হাজাৰ টকা ৷ আচলতে এই ডকাইতি কাণ্ডৰ মূল মাষ্টৰ মাইণ্ড বুলি অভিযোগ উঠিছে গাড়ীখনৰ চালক আৰু হেণ্ডিমেনৰ বিৰুদ্ধে । বৰ্তমানে দলটোক জেৰা চলাই আছে নলবাৰী সদৰ আৰক্ষী থানাত ।

লগতে চাওক-যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্লাজমা দান শিবিৰৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.