ETV Bharat / state

Molestation case at Kaliabor : নাবালিকাক যৌন আতিশয্য চলাই হত্যাৰ অপচেষ্টা যুৱকৰ

author img

By

Published : Jun 1, 2023, 6:15 PM IST

কলিয়াবৰত জঘন্য ঘটনা (Molestation case at Kaliabor)৷ পুখুৰীত উদ্ধাৰ হ’ল নিখোজ হৈ থকা এগৰাকী নাবালিকা (Missing minor girl at Kaliabor)৷ কিশোৰীগৰাকীক গাঁৱৰে এজন যুৱকে যৌন আতিশয্য চলাই পুখুৰীত পেলাই দিয়াৰ সন্দেহ ৷

Youth arrested for molestation a minor girl
নাবালিকাক যৌন আতিশয্য চলাই হত্যাৰ অপচেষ্টা যুৱকৰ

কলিয়াবৰ, 1 জুন: ৰাজ্যজুৰি নাৰীজনিত অপৰাধৰ ঘটনাই প্ৰতিদিনেই বাতৰিৰ শিৰোনাম দখল কৰাৰ মাজতেই কলিয়াবৰত সংঘটিত হৈছে জঘন্য ঘটনা (Molestation case at Kaliabor)৷ পুখুৰীত উদ্ধাৰ হ’ল নিখোজ হৈ থকা এগৰাকী নাবালিকা (Missing minor girl at Kaliabor)৷ কিশোৰীগৰাকীক গাঁৱৰে এজন যুৱকে যৌন আতিশয্য চলাই পুখুৰীত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইতিমধ্যে অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰিছে উলুৱনী আৰক্ষীয়ে (Missing minor girl rescued)৷

ঘটনাৰ বিৱৰণী অনুসৰি ২৯ মে’ৰ নিশা ৮ বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী ৷ তাৰ পিচৰে পৰাই কিশোৰীগৰাকীক বিচাৰি ঘৰৰ লোকে চলাথ কৰি ফুৰিছিল ৷ অৱশেষত 31 মে’ৰ নিশা 11.30 বজাত কিশোৰীগৰাকীক এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় গাঁৱৰ লোকে ৷ সৌভাগ্যৱশতঃ জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় কিশোৰীগৰাকীক (Minor girl rescued from pond) ৷ লগে লগে পৰিয়ালৰ লোকে পুখুৰীৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰি কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে পিচলৈ তেজপুৰ চিকিৎসা মহাবিদ‍্যালয়ত ভৰ্তি কৰে (Youth arrested for molestation a minor girl)।

লগতে পঢ়ক: Shooting case at Barpeta Road : বৰপেটাৰোডৰ CSP কেন্দ্ৰত গুলী ফুটাই ধন লুটৰ চেষ্টা দুই যুৱকৰ, আটক এজন

প্ৰাথমিক পৰ্যায়ত কিশোৰীগৰাকীক পুখুৰীত পৰা বুলিয়েই চিকিৎসা প্ৰদান কৰি থকা হৈছিল যদিও বুধবাৰৰ নিশা কিশোৰীগৰাকী স্বীকাৰোক্তিৰ ভিত্তিত পৰিয়ালৰ লোকে উলুৱনী আৰক্ষী আৰক্ষী নিৱেশত একে গাঁৱৰে যুৱক পংকজ ৰয়ৰ বিৰুদ্ধে কিশোৰীগৰাকীক যৌন আতিশয্য চলোৱাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত উলুৱনী আৰক্ষীয়ে পংকজ ৰয়ক Protect Children from Offences of Sexual Assault, Sexual Harassment and Pornography Act 2012 Section 6 ৰ অধীনত ৩৫/২৩ নম্বৰ গোচৰ পঞ্জীভূক্ত কৰি গ্ৰেপ্তাৰ কৰে (POCSO Accused Arrested at Kaliabor)। সম্প্ৰতি ভুক্তভোগী কিশোৰীগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ‍্যালয়ত চিকিৎসা কৰি থকা হৈছে । অৱশ‍্যে এই পৰ্যন্ত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো তথ‍্য সদৰী কৰা নাই ৷

লগতে পঢ়ক: Dead body recover: নেলীত পৰিত্যক্ত কুঁৱাৰ পৰা উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.