- কলিয়াবৰৰ আমবাগান আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি
- নাকা চেকিঙৰ নামত আমবাগান আৰক্ষীয়ে গুণ্ডাগিৰী কৰা অভিযোগ
- হেলমেট পৰিধান নকৰাৰ বাবে দেওবাৰে নিশা এজন যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে আৰক্ষীয়ে
- মাগুৰমাৰীৰ পৰা আমবাগান অভিমুখে গৈ থকা অৱস্থাত মুস্তফা আহমেদ নামৰ যুৱকজনক প্ৰহাৰ কৰে আৰক্ষীয়ে
- স্থানীয় লোকে ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে আঘাতপ্ৰাপ্ত যুৱকজনক
- আমবাগান আৰক্ষীয়ে অভিযোগ নস্যাৎ কৰি যুৱকজনে বেৰিকেডত খুন্দা মৰা বুলি জানিবলৈ দিয়ে
হেলমেট নিপিন্ধাৰ বাবে যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে আৰক্ষীয়ে - youth allegedly beaten up for not wearing helmet
কলিয়াবৰ মহকুমাৰ আমবাগান আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি ৷ নাকা চেকিঙৰ নামত হেলমেট পৰিধান নকৰাৰ বাবেই এজন যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ আমবাগান আৰক্ষীৰ বিৰুদ্ধে (youth allegedly beaten up by police) ৷
![হেলমেট নিপিন্ধাৰ বাবে যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে আৰক্ষীয়ে youth allegedly beaten up by police for not wearing helmet](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16410425-thumbnail-3x2-offl.jpg?imwidth=3840)
youth allegedly beaten up by police for not wearing helmet
- কলিয়াবৰৰ আমবাগান আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি
- নাকা চেকিঙৰ নামত আমবাগান আৰক্ষীয়ে গুণ্ডাগিৰী কৰা অভিযোগ
- হেলমেট পৰিধান নকৰাৰ বাবে দেওবাৰে নিশা এজন যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে আৰক্ষীয়ে
- মাগুৰমাৰীৰ পৰা আমবাগান অভিমুখে গৈ থকা অৱস্থাত মুস্তফা আহমেদ নামৰ যুৱকজনক প্ৰহাৰ কৰে আৰক্ষীয়ে
- স্থানীয় লোকে ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে আঘাতপ্ৰাপ্ত যুৱকজনক
- আমবাগান আৰক্ষীয়ে অভিযোগ নস্যাৎ কৰি যুৱকজনে বেৰিকেডত খুন্দা মৰা বুলি জানিবলৈ দিয়ে
Last Updated : Sep 19, 2022, 10:55 AM IST